Advertisement

Year: 2023

সুৰাৰ ৰাগিত মাতাল হৈ বিমানৰ ভিতৰত সহযাত্ৰীৰ ওপৰত প্ৰস্ৰাৱ কৰিলে যুৱকে, তাৰপাছত…!!!

সুৰাৰ ৰাগিত মাতাল হৈ বিমানৰ ভিতৰত সহযাত্ৰীৰ ওপৰত প্ৰস্ৰাৱ কৰিলে যুৱকে, তাৰপাছত…!!!

এয়াৰ ইণ্ডিয়াৰ বিমানত মহিলা সহযাত্ৰীৰ ওপৰত প্ৰস্ৰাৱ কৰাৰ অভিযোগত অভিযুক্ত শংকৰ মিশ্ৰক পাটিয়ালা হাউছ কোৰ্টে ১৪ দিনৰ কাৰাগাৰলৈ প্ৰেৰণ কৰিছে। যোৱা বছৰৰ ২৬ নৱেম্বৰত নিউয়ৰ্কৰ পৰা দিল্লীলৈ অহা এয়াৰ ইণ্ডিয়াৰ