মা সৰস্বতীৰ আৰ্শীবাদ যি ব্যক্তিৰ প্ৰাপ্ত হয়/সেইজনৰ জীৱনত কোনো অভাৱ নাথাকে।ধাৰ্মিক মান্যতা অনুসাৰে সৃষ্টিৰ পৰা উদাসীনতা আৰু অজ্ঞানতা দূৰ কৰিবলৈ-ব্ৰহ্মাদেৱে মা সৰস্বতীৰ ৰচনা কৰিছিল। মা সৰস্বতীৰ পূজাৰ বাবে-বসন্ত পঞ্চমী আৰু দিপাৱলীৰ দিন সৰ্বশ্ৰেষ্ট মনি হয়।কিন্তু যিয়ে-প্ৰতিদিনে-মা সৰস্বতীৰ পূজা-আৰাধনা কৰে-সেইজনে সৃদ্ধি-বুদ্ধি, ধন-বল,আৰু জ্ঞান-বিবেকৰ প্ৰাপ্তি হয়।তেওঁৰ জীৱন সুখ-সৌভাগ্যৰে পৰিপূৰ্ণ হয়।মা সৰস্বতীৰ পূজাত-সৰস্বতী
Year: 2023
জোতিষ শাস্ত্ৰত কোৱা হয় যে-শনি যাৰ ওপৰত প্ৰসন্ন হয়-অৰ্থাৎ যাৰ শনি গ্ৰহ শক্তিশালী স্থিতিত থাকে-সেইজন ৰজা হব পাৰে। শনি বেয়া হলে ৰজায়ো প্ৰজা হয় যায়।শনি শক্তিশালী হলে-লোহা-মেচিনৰ কাৰখানাৰ লগত জড়িত ব্যৱসায়ত বহুতো উন্নতি হয়।কৰ্ট-কেচত বিজয় হয়।কায্যত সফলতা প্ৰাপ্ত হয়।সাংসাৰিক সমস্যাৰ পৰা মুক্তি পোৱা যায়।শনিক ন্যায়ৰ প্ৰতীক মনা হয়।যদি শনি শক্তিশালী
মহিলাসকলে-ৰাতিপুৱা এইকেইটা কাম কৰিলে-মা লক্ষ্মীৰ কৃপা পাপ্ত হয়। *নাৰীক ঘৰৰ লক্ষ্মী বোলে।শাস্ত্ৰত ৰাতিপুৱা কিছুমান-বিশেষ কামৰ কথা কোৱা হৈছে-যিবোৰ কাম মহিলাই কৰিব লাগে।কোৱা হয় যে-ইয়াৰ দ্বাৰা-লক্ষ্মী সদায় পৰিয়ালৰ প্ৰতি দয়ালু হয়। *শাস্ত্ৰ অনুযায়ী-যদিও সূৰ্য্য উদয়ৰ আগতে-সাৰ পোৱাটো সকলোৰে বাবে উপকাৰী,কিন্তু ঘৰৰ মহিলাসকলৰ বাবে-তেনে কৰিলে-তেনে কৰিলে বেছি শুভ ফল পোৱা যায়।ব্ৰহ্ম মুহুত্বত
ৰঙিয়াৰ সোমাজেৰে যোৱা ২৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ ১ নং নকুলত এক শোকাবহ পথ দুৰ্ঘটনা সংঘটিত হয়। নিহত লোকজনৰ ১ নং নকুলৰ টংকেশ্বৰ দাস বুলি জানিব পৰা গৈছে ৷ বজাৰ কৰাৰ উদ্দেশ্যে ৰাষ্ট্ৰীয় ঘাইপথ পাৰ হবলৈ লৈছিল টংকেশ্বৰ দাসে ৷ দুৰ্ঘটনাৰ খৱৰ পোৱা মাত্ৰকে পৰিয়ালৰ লোক উপস্থিত হোৱাত এক শোকাকুল
মহানগৰীত পুনৰ কিশোৰী নিৰ্যাতনৰ ঘটনা ৷হাতীগাওঁৰ লখিমীনগৰৰ শুভম এনক্লেভ নামৰ এপাৰ্টমেণ্টটোত থকা ষ্টেট বেংকৰ কৰ্মচাৰী ধীৰাজ বড়োৰ ফ্লেটত বনকৰা কৰ্মী হিচাপে নিয়োজিত আছিল বহি:ৰাজ্যৰ এগৰাকী ১৬ বছৰীয়া কিশোৰী ৷ দীৰ্ঘদিন ধৰি ধীৰাজ বড়ো আৰু তেওঁৰ মাতৃসহ পৰিয়ালৰ আন সদস্য সকলে কিশোৰী গৰাকীক অকথ্য শাৰিৰীক – মানসিক নিৰ্যাতন চলাই অহাৰ অভিযোগ উদ্থাপিত হৈছিল ৷