25.5 C
Assam
Wednesday, February 8, 2023

Featured News

গুৱাহাটী মহানগৰীত ভয়ংকৰ প্ৰদূষণ; মহানগৰবাসীৰ বৃদ্ধি পাইছে শ্বাহ – প্ৰশ্বাস জনিত বেমাৰ!

দক্ষিণ-পূৰ্ব এছিয়াৰ দুৱাৰমুখ স্বৰূপ গুৱাহাটী মহানগৰীত ভয়ংকৰ প্ৰদূষণ ৷ দিনক দিনে...

মহানগৰীত পুনৰ সংঘটিত জঘন্য ধৰ্ষণকাণ্ড,ধৰ্ষণৰ বলি ১৩ বছৰীয়া কিশোৰী

বাল্য বিবাহৰ বিৰুদ্ধে ৰাজ্য চৰকাৰে কঠোৰ পদক্ষেপ লৈ থকাৰ...

মহা শিৱৰাত্ৰিত নলবাৰীত মুকলি হ’ব ৯১ ফুট উচ্চতাৰ মহাদেৱৰ মূৰ্তি!

মহাশিৱৰাত্ৰিৰ দিনটোতে নলবাৰীত ৰাইজৰ বাবে মুকলি হ’ব...

ইয়াৰ দ্বাৰা লক্ষ্মী সদায় পৰিয়ালৰ প্ৰতি দয়ালু হয়

Assamese Newsইয়াৰ দ্বাৰা লক্ষ্মী সদায় পৰিয়ালৰ প্ৰতি দয়ালু হয়

মহিলাসকলে-ৰাতিপুৱা এইকেইটা কাম কৰিলে-মা লক্ষ্মীৰ কৃপা পাপ্ত হয়।

*নাৰীক ঘৰৰ লক্ষ্মী বোলে।শাস্ত্ৰত ৰাতিপুৱা কিছুমান-বিশেষ কামৰ কথা কোৱা হৈছে-যিবোৰ কাম মহিলাই কৰিব লাগে।কোৱা হয় যে-ইয়াৰ দ্বাৰা-লক্ষ্মী সদায় পৰিয়ালৰ প্ৰতি দয়ালু হয়।

*শাস্ত্ৰ অনুযায়ী-যদিও সূৰ্য্য উদয়ৰ আগতে-সাৰ পোৱাটো সকলোৰে বাবে উপকাৰী,কিন্তু ঘৰৰ মহিলাসকলৰ বাবে-তেনে কৰিলে-তেনে কৰিলে বেছি শুভ ফল পোৱা যায়।ব্ৰহ্ম মুহুত্বত উঠিলে-মানুহে সৌন্দৰ্য্য,চোকা বুদ্ধি,লক্ষ্মী,স্বাস্থ্য উপকাৰ লাভ কৰে।

*পৰিয়ালৰ কল্যাণ আৰু সমাজৰ উন্নয়নৰ বাবে-এগৰাকী নাৰী সুস্থ হোৱাটো অতি প্ৰয়োজনীয়।যোগ আৰু প্ৰনায়মৰ দ্বাৰা এয়া সম্ভৱ।ৰাতিপুৱা সোনকালে সাৰ পোৱাৰ পাছত কিছু সময়ৰ বাবে-ব্যায়াম কৰক।ইয়াৰ ফলত মানসিক আৰু শাৰীৰিক অৱস্থা-শক্তিশালী হয়।

*সূৰ্য্য উদয়ৰ আগতে-গা ধূলে মহিলাৰ স্বাস্হ্য উপকাৰ হয়।ৰাতিপুৱা মগজুৱে-অধিক ক্ষমতাৰে ইতিবাচক চিন্তা গ্ৰহণ কৰে।স্নান কৰিলে-শৰীৰৰ লগতে-মনটো শুদ্ধ হয়।বহু কামৰ বাবে-নাৰী দায়বদ্ধ।যদি মনৰ শান্তি থাকে-তেতিয়া মহিলাসকলে নিজৰ কাম ভালকৈ সম্পূৰ্ণ কৰিব পাৰে।

*যদি নিতৌ তুলসী পূজা কৰা হয়-তাতেই সুখ-সমৃদ্ধি আৰু সৌভাগ্য ৰৈ যায়।বিশেষকৰি মহিলাসকলে-দৈনিক পুৱা তুলসীক পানী অৰ্পণ কৰিব লাগে।এনে কৰিলে-টকাৰ অভাৱ নহয়।

*পুৰাণৰ মতে-গৰুক সেৱা কৰি-ৰাশিফলৰ যিকোনো দোষ দূৰ কৰিব পাৰি।মহিলাসকলে-প্ৰতিদিনে-

গৰুৰ বাবে-প্ৰথম ৰুটি উলিয়াই লয়।গো-সেৱাত-৩৩কোটি দেৱতাৰ আৰ্শীবাদ থাকে।

*প্ৰতিদিনে পুৱা বয়োজ্যেষ্ঠৰ আৰ্শীবাদ ললে-জীৱনটো সুখেৰে ভৰি পৰে।বয়োজ্যেষ্ঠৰ আৰ্শীবাদত যথেষ্ঠ শক্তি থাকে।ইয়াৰ দ্বাৰা বহু প্ৰজন্ম ৰক্ষা পৰে।

*শাস্ত্ৰ অনুযায়ী-মহিলাসকলে গা-ধুইহে-পাকঘৰত প্ৰৱেশ কৰিব লাগে।ইয়াৰ দ্বাৰা দেৱী সদায় অন্নপূৰ্ণা আৰু দেৱী লক্ষ্মী বাসস্থানলৈ যায়।( সংগ্ৰহিত)।

Check out our other content

Check out other tags:

Most Popular Articles

error: Content is protected !!