ভগৱান শ্ৰী গণেশ প্ৰথম পূজনীয় দেৱতা হয়।কোনো শুভ কাৰ্য্য কৰাৰ আগে-ভগৱান শ্ৰী গণেশৰ পূজা-অৰ্চনা কৰা হয়।বুধবাৰৰ দিনটো ভগৱান শ্ৰী গণেশৰ ওপৰত সমৰ্পিত।এইদিনা বিধি-বিধানেৰে ভগৱান শ্ৰী গণেশৰ পূজা কৰিলে-ভগৱান শ্ৰী গণেশৰ কৃপাত-সকলো মনৰকামনা পূৰ্ণ হয়। ভগৱান শ্ৰী গণেশক প্ৰসন্ন কৰিবলৈ-বুধবাৰৰ দিনা কৰিব লাগে-এইসমূহ উপায়- ভগৱান শ্ৰী গণেশক দুৱৰি অৰ্পণ কৰিব লাগে-
Year: 2023
নতুন বছৰত ভাগ্য সলনি হ’ব পাৰে, মা লক্ষ্মীক অলপ সৰিয়হ দি সন্তুষ্ট কৰক ! মা লক্ষ্মীয়ে দূৰ কৰিব অৰ্থ কষ্ট আৰু মাত্ৰ কেইটামান দিন, তাৰ পিছত নতুন বছৰক আদৰণি জনাব লাগিব।প্রতীকী ছবি ৷ নতুন বছৰটো এইবাৰ দেওবাৰে, ১ জানুৱাৰী, ২০২৩ তাৰিখে, অৰ্থাৎ পৰৱৰ্তী দেওবাৰে আৰম্ভ হ’ব।প্রতীকী ছবি ৷ বহুলোকে ভাবে
নতুন বছৰত চাৰিটা ৰাশিৰ লোকসকলৰ বাবে ভাল সময় আহি আছে ! ৩০ বছৰৰ পিছত শনি তেওঁৰ ৰাশিত প্ৰৱেশ কৰিবলৈ গৈ আছে ৷ জ্যোতিষশাস্ত্ৰ অনুসৰি, শনি এটা অতি ধীৰ গ্ৰহ, শনি ন্যায়ৰ দেৱতাও, শনি নিজেই কৰ্মৰ ফলাফল দিয়ে। ৩০ বছৰৰ পিছত শনি গ্ৰহটো তেওঁৰ ৰাশি কুম্ভত প্ৰৱেশ কৰিবলৈ গৈ আছে। প্রতীকী
শৰীৰৰ ক্লান্তি বা ভাগৰ দূৰ কৰিবলৈ পৰ্যাপ্ত পৰিমাণে জিৰণি লোৱা আৰু সঠিক টোপনি অতি প্ৰয়োজনীয়।মানসিক আৰু শাৰীৰিকভাৱে সুস্থ হৈ থাকিবলৈ-দৈনিক ৬-৮ঘন্টাৰ গভীৰ টোপনিৰ বৰ প্ৰয়োজন। *কিন্তু বহু লোকে যিমান সময় শুৱ লাগে-সিমান সময় নুশুৱে।যাৰ ফলত গোটেই দিনটো শৰীৰে ভাগৰুৱা অনুভৱ কৰে।ইয়াৰ উপৰিও-আন-৮টা কাৰণ আছে-যিয়ে আপোনাক সকলো সময়তে ভাগৰুৱা অনুভৱ কৰাব
নৰিকল তেল অতি প্ৰাচীন কালৰ পৰাই ৰূপচৰ্চাৰ এক উল্লেখনীয় সামগ্ৰী হিচাপে ব্যৱহাৰ কৰি আহিছে । নাৰিকল তেলত থকা প্ৰাকৃতিক উপাদানে ছালৰ উৰ্বৰতা ধৰি ৰাখে । কেৱল ছালেই নহয় নাৰিকল তেলে চুলিৰ সৌন্দৰ্যও বৃদ্ধি কৰে । কিন্তু ছালৰ সৌন্দৰ্যচৰ্চাৰ বাবে নাৰিকল তেল কেনেকৈ ব্যৱহাৰ কৰে ? ১/ নাৰিকল তেল , এল’ভেৰা জেল :