শৰীৰৰ ভিতৰৰ পৰা সুস্থ ৰখাত যিবোৰ উপাদানে গুৰুত্বপূর্ণ ভূমিকা পালন কৰে, সেইবোৰত ভিটামিন বি১২ থকা অপৰিহার্য । পৰিসংখ্যা অনুযায়ী, প্রায় ৪৭ শতাংশ লোকে এই ভিটামিনৰ অভাৱত ভুগিছে । নিৰামিষ খাদ্যত ভিটামিন বি১২-ৰ পৰিমাণ কম থাকে । ফলত যিসকল নিৰামিষভোজী, তেওঁলোকে এই ভিটামিনৰ অভাৱত ভোগাৰ শংকা থাকে । ভিটামিন, ফাইবাৰ, মিনাৰেলছ
Year: 2023
সাধাৰণ নাৰিকলতকৈ লঘু নাৰিকল আকাৰত অলপ সৰু। সেইবাবেই ইয়াক লঘু নাৰিকল বুলি কোৱা হয়। ইয়াৰ উপৰিও ইয়াক শ্ৰীফল নামেৰেও জনা যায়। শ্ৰী মানে দেৱী লক্ষ্মী। এইদৰে ‘শ্ৰীফল’ মানে দেৱী লক্ষ্মীৰ ফল। মা লক্ষ্মীৰ সৈতে সম্পৰ্ক থকাৰ বাবে এই নাৰিকলৰ আৰ্থিক লাভ আছে। সৰু নাৰিকলৰ প্ৰতিকাৰত মাতৃ লক্ষ্মী সোনকালে সন্তুষ্ট হয়
নৱবৰ্ষত সুৰা বিক্ৰীৰে গুৱাহাটীয়ে গঢ়িলে অভিলেখ।৩১ ডিচেম্বৰত বিক্ৰী হ’ল ৪ কোটি ৮০ লাখ টকাৰ সুৰা। ১ জানুৱাৰীত বিক্ৰী হ’ল ৩ কোটি ২১ লাখ টকাৰ সুৰা।এই তথ্য সদৰি কৰিছে আবকাৰী বিভাগে। যদিও সুৰা বিক্ৰীৰ ধনেৰে চৰকাৰৰ ৰাজহ ভঁৰাল টনকিয়াল হৈছে,একেসময়তে মহানগৰখনৰ বাতাৱৰণক লৈয়ো প্ৰশ্ন উদয় হৈছে৷
ইংৰাজী নৱবৰ্ষৰ দ্বিতীয় দিনাই মৰিগাঁৱত প্ৰতিবাদত বহিল জিলাখনৰ কেবাটাও তিৱা সংগঠন ৷ মৰিগাঁও সদৰ বিহুতলিত অসমৰ বিধানসভা সমষ্টি পুনৰ নিৰ্ধাৰণত মৰিগাঁও জিলাত ২ টা আৰু নগাঁও জিলাত ১ টা বিধানসভা সমষ্টিৰ আসন জনজাতিৰ বাবে সংৰক্ষণ কৰা, তিৱা স্বায়ত্তপৰিষদক ষষ্ঠ অনুসূচীত অন্তৰ্ভুক্ত কৰাৰ দাবী প্ৰতিবাদকাৰীৰ ৷ ইয়াৰ উপৰিও আন কেইবা দফীয়া
It was certainly a good day for the riders of the Honda Team! Special stage number one at the Dakar Rally 2023 brought 369 kilometres of action throughout sandy and stony tracks, with a start point and arrival at the Sea Camp bivouac – close to Yanbu (Saudi Arabia). American