Year: 2023

বাস্তৱ-সময়ত উদ্ভিদে কেনেকৈ ‘উশাহ’ লয়? চাওক এক অবিশ্বাস্য ভিডিঅ’

বাস্তৱ-সময়ত উদ্ভিদে কেনেকৈ ‘উশাহ’ লয়? চাওক এক অবিশ্বাস্য ভিডিঅ’

এটা অবিশ্বাস্য ভিডিঅ’! য’ত দেখা গৈছে গছ-গছনিবোৰে বাস্তৱ সময়ত “শ্বাস-প্ৰশ্বাস” লোৱা। আৰ্থস্কাইৰ মতে, ইউনিভাৰ্চিটি অৱ কেলিফৰ্নিয়া ছান ডিয়েগোৰ জীৱবিজ্ঞানীসকলে তেওঁলোকৰ এটা গৱেষণা প্ৰকল্পৰ সময়ত এই ক্ল’জ আপ ক্লিপটো কেমেৰাত বন্দী কৰিছে। গৱেষকসকলে আৱিষ্কাৰ কৰে যে উদ্ভিদে কেনেকৈ নিজৰ ষ্টোমেটা – প্ৰায় সকলো উদ্ভিদত পোৱা ক্ষুদ্ৰ খোলাবোৰ – ব্যৱহাৰ কৰি কাৰ্বন

এপিএছচি কেলেংকাৰীত জড়িত ৰাজপত্ৰিত বিষয়ালৈ

এপিএছচি কেলেংকাৰীত জড়িত ৰাজপত্ৰিত বিষয়ালৈ

বহু চৰ্চিত এপিএছচি কেলেংকাৰীত জড়িত থকাৰ অভিযোগত ৰাজপত্ৰিত বিষয়ালৈ ন্যায়িক আয়োগৰ জৰুৰী জাননী। বক্ৰ পথেৰে চাকৰি লোৱাৰ অভিযোগত ডিমা হাচাও সদৰস্থ হাফলংত কৰ্মৰত হৈ থকা কৰ অধীক্ষক গণপতি ৰয়লৈ ৰাজ্য চৰকাৰে গঠন কৰি দিয়া ন্যায়িক আয়োগে জাননী জাৰি কৰে ৷ কৰ অধীক্ষক ৰয়ক অহা ১৫ দিনৰ ভিতৰত জাননীৰ উত্তৰ দিবলৈ নিৰ্দেশ দিয়ে ন্যায়িক

Ketu 2023: নতুন বছৰত সকলোৰে ওপৰত থাকিব কেতুৰ প্ৰভাৱ; ইয়াৰ পৰা মুক্ত থাকিবলৈ কৰক এই ৫টা কাম

Ketu 2023: নতুন বছৰত সকলোৰে ওপৰত থাকিব কেতুৰ প্ৰভাৱ; ইয়াৰ পৰা মুক্ত থাকিবলৈ কৰক এই ৫টা কাম

জ্যোতিষ শাস্ত্ৰত কেতুক পাপত গ্ৰহ হিচাপে গণ্য কৰা হয়। ২০২৩ চনত কেতুৰ প্ৰভাৱৰ বাবে কিছুমান অশুভ ঘটনাও দেখা যাব। স্বাস্থ্যতো নেতিবাচক প্ৰভাৱ পৰিব। অৱশ্যে নতুন বছৰত কিছু ব্যৱস্থা গ্ৰহণ কৰিলে কেতুৰ দুখ-কষ্টৰ পৰা হাত সাৰিব পাৰি। ১.কেতুৰ বাধা আঁতৰাবলৈ আৰু ঘৰত সুখ আৰু সমৃদ্ধি বজাই ৰাখিবলৈ বছৰৰ প্ৰথম মঙলবাৰৰ পৰা

তুলসী পাত চিঙাৰো আছে নিদিষ্ট সময় নিয়ম :

তুলসী পাত চিঙাৰো আছে নিদিষ্ট সময় নিয়ম :

*আমাৰ দেশত-এনে বহু গছ আছে-যিবোৰক হিন্দু ধৰ্মত বিশেষ গুৰুত্ব দিয়া হয়।তাৰে ভিতৰত হল-তুলসী অন্যতম।ঘৰৰ সনুখত তুলসী গছ ৰোৱা পৰম্পৰা বহু পুৰণি।তদুপৰি তুলসী পাত অবিহনে-পূজা অসম্পূৰ্ণ বুলি কোৱা হয়। শাস্ত্ৰত বিশ্বাস কৰা হয় যে-তুলসী গছত দেৱী লক্ষ্মীয়ে বাস কৰে।বিশ্বাস আছে-ঘৰত তুলসী গছ ৰুলে আৰু নিয়মিত পূজা কৰিলে-সেই ঘৰত সদায় সুখ-সমৃদ্ধি উপচি

সোমবাৰৰ দিনা কৰা উপায়ৰ দ্ধাৰা মহাদেৱে প্ৰসন্ন হৈ নিজৰ ভক্তৰ সকলো মনৰকামনা পূৰ্ণ কৰে :

সোমবাৰৰ দিনা কৰা উপায়ৰ দ্ধাৰা মহাদেৱে প্ৰসন্ন হৈ নিজৰ ভক্তৰ সকলো মনৰকামনা পূৰ্ণ কৰে :

ভোলানাথৰ কৃপা লাভ কৰিবলৈ-সোমবাৰৰ দিনা এইসমূহ নিয়ম কৰিব লাগে! সোমবাৰৰ দিনা কৰা উপায়সমূহৰ দ্ধাৰা ভোলানাথ শীঘ্ৰে প্ৰসন্ন হয়।মহাদেৱৰ কৃপাৰ দ্ধাৰা ঘৰলৈ-সুখ-শান্তি আৰু সমৃদ্ধি আহে। হিন্দু ধৰ্মত প্ৰতিদিনে-কোনো নহয়- কোনো দেৱী দেৱতাৰ পূজা কৰা হয়।সোমবাৰৰ দিন ভগৱান শংকৰৰ দিন।এইদিনা ভক্তসকলে শিৱ মন্দিৰলৈ গৈ-গাখীৰ,বেলপাত,ধতুৰা আৰু ভাংগৰ দ্ধাৰা শিৱলিংগৰ অভিষেক কৰে।কিছুলোকে মহাদেৱৰ কৃপা