এপিএছচি কেলেংকাৰীত জড়িত ৰাজপত্ৰিত বিষয়ালৈ

এপিএছচি কেলেংকাৰীত জড়িত ৰাজপত্ৰিত বিষয়ালৈ

বহু চৰ্চিত এপিএছচি কেলেংকাৰীত জড়িত থকাৰ অভিযোগত ৰাজপত্ৰিত বিষয়ালৈ ন্যায়িক আয়োগৰ জৰুৰী জাননী।

বক্ৰ পথেৰে চাকৰি লোৱাৰ অভিযোগত ডিমা হাচাও সদৰস্থ হাফলংত কৰ্মৰত হৈ থকা কৰ অধীক্ষক গণপতি ৰয়লৈ ৰাজ্য চৰকাৰে গঠন কৰি দিয়া ন্যায়িক আয়োগে জাননী জাৰি কৰে ৷

কৰ অধীক্ষক ৰয়ক অহা ১৫ দিনৰ ভিতৰত জাননীৰ উত্তৰ দিবলৈ নিৰ্দেশ দিয়ে ন্যায়িক আয়োগে ৷

Shahnawaz Hamza