Year: 2023

ঘৰত ভগৱানৰ মূৰ্তি ৰখাৰ নিয়ম

ঘৰত ভগৱানৰ মূৰ্তি ৰখাৰ নিয়ম

আমাৰ সকলোৰে ঘৰত এখন পূজা স্থল থাকে।তাত সকলোৱে ভগৱানৰ প্ৰতিমা ফটো স্থাপিত কৰি পূজা-অৰ্চনা কৰে।আমাৰ হিন্দু শাস্ত্ৰত বহু কেইগৰাকী দেৱী-দেৱতা আছে।ইয়াৰে মাজত কোনজন ভগৱানৰ পূজা কৰিবৰ বাবে-ঘৰত ৰখা হয়-ইয়াৰ বিষয়ে সকলোৱে নাজানে। *ঘৰত সূৰ্য্য ভগৱান-ভগৱান শ্ৰী গণেশ, শ্ৰী বিষ্ণু,ভগৱান শংকৰ, বীৰ হনুমান, মা দূৰ্গা আৰু অন্য দেৱী,মাতা পাৰ্ৱতীৰ মূৰ্তি ৰাখিব

সোমবাৰ আৰু ব্ৰতৰ বিধি

সোমবাৰ আৰু ব্ৰতৰ বিধি

সোমবাৰৰ উপবাস ভগৱান শিৱৰ ওপৰত পালন কৰা হয়।সোমবাৰৰ শব্দ-সংস্কৃতত সোম শব্দৰ পৰা অনা হৈছে।সোমবাৰৰ শব্দ সংস্কৃতৰ সোম শব্দৰ পৰা আহিছে।যাৰ অৰ্থ হৈছে-চন্দ্ৰমা।অৰ্থাৎ হিন্দু দেৱতা চন্দ্ৰ।লগতে ভগৱান শিৱক সোমেশ্বৰ নামেৰে জনা যায়।কাৰণ মহাদেৱে নিজৰ জটাঁত অৰ্ধচন্দ্ৰাকাৰ চন্দ্ৰমাক ধাৰণ কৰে।সোমবাৰৰ ব্ৰত-ভগৱান সোমেশ্বৰক প্ৰসন্ন কৰিবলৈ সোমবাৰৰ দিনা কৰা হয়।আৰু ইয়াৰ দ্বাৰা মনৰকামনাও পূৰ্ণ