গৰমৰ দিনকেইটাত আমি সাধাৰণতে ভাগৰুৱা অনুভৱ কৰাৰ লগতে আন সময়ৰ দৰে শৰীৰত সতেজতা নাথাকে। সেয়ে এই দিনকেইটাত শৰীৰটোক সতেজ কৰি ৰাখিবলৈ আমি বতৰৰ বিভিন্ন ফল-মূল খোৱা উচিত। পথ্য বিশেষজ্ঞ (dietician) তথা Indian Dietetic Association –ৰ এগৰাকী স্থায়ী সদস্য দীপ্তি গোৱেলে গৰমৰ দিনকেইটাত আমাৰ স্বাস্থ্যৰ বাবে অত্যন্ত উপযোগী ৫ বিধ ফলৰ
Year: 2023
আমাৰ অসমীয়া সমাজত মগুমাহৰ ব্যৱহাৰ সৰ্বাধিক পৰিমাণে হোৱা দেখা যায়। গোটা মগুমাহ কেইঘন্টামান তিয়াই থলে কোমল হয় আৰু এই কোমল মগুমাহ খৰাহী এটা টুকি ৰাখিলে এদিনৰ পিছত গজালি ওলাই আৰু ইয়াক গাজীমগু বুলি কোৱা হয়। এজন ব্যক্তিয়ে ৫০ গ্ৰাম গাজী মগু খালে নিৰোগী হোৱাৰ উপৰিও বাৰ্ধক্য চাপৰ পৰা ৰক্ষা পৰে।
আদিম যুগৰ পৰাই বিভিন্ন ৰোগ নিৰাময়ৰ ক্ষেত্ৰত তিয়ঁহ ব্যৱহাৰ কৰি অহা দেখা গৈছে। ঔষধি গুণেৰে সমৃদ্ধ উদ্ভিদ আৰু পাচলি সমূহ আয়ুৰ্বেদিক চিকিৎসাতো বিশেষভাৱে ব্যৱহাৰ কৰা হয়। তিয়ঁহত প্ৰচুৰ পৰিমানে পানী পোৱা যায়। গৰম দিনৰ কাৰণে ই উৎকৃষ্ট খাদ্য। আহক তিয়ঁহৰ গুণাগুণৰ বিষয়ে জানো আহক। ১. তিয়ঁহে ডিহাইড্ৰেচনৰ সৈতে যুঁজ দিয়াত
“চুগাৰ কচমেটিকছ”- মহিলা সকলৰ মাজত এটা জনপ্ৰিয় কোম্পানী।এই কোম্পানীৰ বৰ্তমান স্বত্বাধিকাৰি হৈছে মাত্ৰ ৩১বৰ্ষীয় বিনীতা সিঙ নামৰ এগৰাকী মহিলা।কিন্তু ভাবিবলগীয়া কথা যে মাত্ৰ ২৩বছৰ বয়সতে এটা কোম্পানীত চাকৰিৰ নামত বিনীতা সিঙে লাভ কৰিছিল ১কোটি টকাৰ অফাৰ।কিন্তু ২৩বৰ্ষীয় বিনীতাই নিজে কিবা এটা আৰম্ভ কৰাৰ ইচ্ছাত ১কোটিৰ অফাৰ নাকচ কৰি আৰম্ভ কৰিছিল
পুনৰ গুৱাহাটী মহানগৰীত সংঘটিত হৈছে এক বিক্ষিপ্ত ঘটনা। হাতীগাওঁ থানাৰ আলহী হ’ল দুই সুন্দৰী যুৱতী। যুৱতী দুগৰাকীৰ বিৰুদ্ধে অভিযোগ মাৰপিটত লিপ্ত হোৱাৰ। জানিব পৰা মতে এগৰাকী উবেৰ চালকক দুই যুৱতীয়ে সামান্য কথাতে মাৰধৰ কৰে। তেওঁলোকে উবেৰ চালকক বাহনখন ৰখাবলৈ কৈছিল যদিও ন’ পাৰ্কিং হোৱাৰ বাবে বাহনখন সেই স্থানত নৰখালে। ফলত