Advertisement

১কোটি টকাৰ অফাৰ নাকচ কৰি আজি ৭০০কোটিৰ মালিক

১কোটি টকাৰ অফাৰ নাকচ কৰি আজি ৭০০কোটিৰ মালিক

“চুগাৰ কচমেটিকছ”- মহিলা সকলৰ মাজত এটা জনপ্ৰিয় কোম্পানী।এই কোম্পানীৰ বৰ্তমান স্বত্বাধিকাৰি হৈছে মাত্ৰ ৩১বৰ্ষীয় বিনীতা সিঙ নামৰ এগৰাকী মহিলা।কিন্তু ভাবিবলগীয়া কথা যে মাত্ৰ ২৩বছৰ বয়সতে এটা কোম্পানীত চাকৰিৰ নামত বিনীতা সিঙে লাভ কৰিছিল ১কোটি টকাৰ অফাৰ।কিন্তু ২৩বৰ্ষীয় বিনীতাই নিজে কিবা এটা আৰম্ভ কৰাৰ ইচ্ছাত ১কোটিৰ অফাৰ নাকচ কৰি আৰম্ভ কৰিছিল “চুগাৰ কচমেটিকছ”।প্ৰথমতে সৰুকৈ আৰম্ভ কৰা এই ব্ৰেণ্ডটোৰ বৰ্তমান মূল্য হৈছে ৭০০কোটি টকা।

Shahnawaz Hamza

Related