দেওবাৰে ভাৰত-অষ্ট্ৰেলিয়াৰ মাজত বিশ্বকাপ ফাইনেলক লৈ চৌদিশে উত্তেজনা। ক্ৰমাগতভাৱে ১০খন মেচ জিকি ফাইনেলত ভাৰত। আনহাতে, অষ্ট্ৰেলিয়ায়ো জিকিছে ৮খন মেচ। ফাইনেলক লৈ আহমেদাবাদৰ নৰেন্দ্ৰ মোদী ষ্টেডিয়ামত উখল-মাখল পৰিৱেশ। কিন্তু কোনে মাৰিব শেষ হাঁহি? বিশ্বকাপ ট্ৰফী তুলি ল’ব কোনে? এয়া এতিয়া লাখটকীয়া প্ৰশ্ন। এফালে জোৰদাৰ প্ৰস্তুতি। ইয়াৰ মাজতে ফাইনেলৰ পূৰ্বে টীম ইণ্ডিয়াক
Year: 2023
ভাৰত পালেহি নাইজেৰিয়াত আৱদ্ধ হৈ থকা বক্সাৰ বৰ্ণালী বৰা শইকীয়া ৷ শনিবাৰৰ পুৱা প্ৰায় তিনি বজাত মুম্বাইত উপস্থিত হয় বক্সাৰ বৰ্ণালী বৰা শইকীয়া । দুই এদিনত অসমত উপস্থিত হ’ব বৰ্ণালী । শাৰিৰীক অসুস্থতাৰ বাবে বৰ্ণালী আৰু স্বামী বৰ্তমান মুম্বাইতে আছে । ভাৰতত উপস্থিত হৈ ভিডিঅ’ যোগে সংবাদ মাধ্যম আৰু বিভাগীয়
এতিয়াও সফল হোৱা নাই উত্তৰ প্ৰদেশ ৰাজ্যৰ উত্তৰ কাশীত সুৰংগত আৱদ্ধ শ্ৰমিকৰ উদ্ধাৰ অভিযান। অৱ্যাহত আছে ৪০গৰাকী শ্ৰমিকৰ উদ্ধাৰ অভিযান পৰ্ব। উল্লেখ্য যে, যোৱা দেওবাৰে উত্তৰকাশীত নিৰ্মীয়মাণ এটা সুৰংগত সংঘটিত হৈছিল ভূমিস্খলন। ফলত সুৰংগটোৰ কাম কৰি থকা অৱস্থাতে ৪০ গৰাকী শ্ৰমিক আবদ্ধ হৈ পৰিছিল। ঘটনা সংঘটিত হোৱাৰ প্ৰায় এসপ্তাহ পাছতো
অৰুণাচলত ভয়ংকৰ পথ দুৰ্ঘটনা অসমৰ গোসাঁইগাঁওৰ চাৰিজনৰ থিতাতে নিহত দুৰ্ঘটনাত নিহত খ্ৰীষ্ঠফাৰ হেমৰম আৰু তেওঁৰ দল অৰুণাচল প্ৰদেশৰ খ্ৰিষ্টীয়ান ধৰ্মীয় অনুষ্ঠান সামৰি ঘৰলৈ উভতি অহা সময়ত ১৩ নং ৰাষ্ট্ৰীয় ঘাই পথত দুৰ্ঘটনা সংঘটিত হয় ৰাস্তাত ভূমিস্খলন হোৱাৰ ফলত তেওঁলোকৰ ওপৰত প্ৰকাণ্ড শিল বাগৰি পৰাত চাৰিও জনৰে থিতাতে মৃত্যু ঘটে দুৰ্ঘটনাগ্ৰস্ত
ক্ৰিকেটাৰ শিখৰ ধাৱানৰ বিবাহবিচ্ছেদৰ খবৰ সমগ্ৰতে ভাইৰেল হৈ পৰিছে। দিল্লীৰ পাটীয়ালা আদালতে তেওঁৰ বিচ্ছেদ মঞ্জুৰ কৰিছে। কি কি কাৰণত এই বিচ্ছেদ হ’ল ধাৱানৰ দেশলৈ উভতি নাহিল পত্নীবিবাহৰ সময়তে প্ৰতিশ্ৰুতি দিছিল যে তেওঁ বিবাহৰ পাছত ভাৰতলৈ আহিব। ধাৱানৰ সৈতে একেলগেই সময় কটাব আয়েশাই। আয়েশা বৰ্তমান অষ্ট্ৰেলিয়াৰ বাসিন্দা। কিন্তু আয়েশা অষ্ট্ৰেলিয়াত থকাতো