Year: 2023

আপোনাৰ সন্তানেও পঢ়িবলৈ মন নকৰে নেকি ?

আপোনাৰ সন্তানেও পঢ়িবলৈ মন নকৰে নেকি ?

বহু শিশু পঢ়াত অতি আগ্ৰহী। ইয়াৰ বিপৰীতে একাংশৰ আকৌ পঢ়া-শুনাৰ প্ৰতি একেবাৰেই আগ্ৰহ নাথাকে। এনে শিশুসকলক যেতিয়াই আপুনি পঢ়িবলৈ কয়, তেওঁলোকে তেতিয়াই কিবা নহয় কিবা অজুহাত দেখুৱাই পঢ়াৰ পৰা পলাই ফুৰে।পঢ়াৰ সময়ত তেওঁলোকৰ টোপনি, ভোক বা মুৰৰ বিষ হোৱাৰ আৰম্ভ হয়। শিশুৰ এনে স্বভাৱৰ বাবে বহু সময়ত অভিভাৱকসকলে অতিষ্ঠ হৈ

কিয় ভাইফোঁটাৰ পৰাই বন্ধ হয় কেদাৰনাথ মন্দিৰৰ দুৱাৰ? জানি থওক প্ৰকৃত কাৰণ

কিয় ভাইফোঁটাৰ পৰাই বন্ধ হয় কেদাৰনাথ মন্দিৰৰ দুৱাৰ? জানি থওক প্ৰকৃত কাৰণ

এই বছৰ ১৫ নৱেম্বৰ বুধবাৰে পালিত হ’ল ভাইফোঁটা বা ভাতৃদ্বিতীয়া। প্ৰতি বছৰৰ দৰে এইবাৰো ভাইফোঁটাৰ দিনাই বন্ধ হ’ল কেদাৰনাথ মন্দিৰৰ দৰ্জা। ইয়াৰ সৈতে এই বছৰৰ চাৰধাম যাত্ৰা বন্ধ হ’ল। ছমাহ মন্দিৰ বন্ধ থকাৰ পাছত আগন্তুক বৰ্ষত অক্ষয় তৃতীয়াৰ পাছত হিন্দুসকলৰ অন্যতম গুৰুত্বপূৰ্ণ এই তীৰ্থক্ষেত্ৰ খুলি দিয়া হ’ব। বুধবাৰে ভাইফোঁটাৰ দিনা

গোসাঁইগাঁৱত পথ দুৰ্ঘটনাত যুৱতী থিতাতে নিহত…

গোসাঁইগাঁৱত পথ দুৰ্ঘটনাত যুৱতী থিতাতে নিহত…

গোসাঁইগাঁও: ১৭ নবেম্বৰ: গোসাঁইগাঁও মহকুমাৰ তেলিপাৰা সংলগ্ন ৩১ নং ৰাষ্ট্ৰীয় ঘাইপথত আজি বিয়লি প্ৰায় তিনি বজাত সংঘটিত এক পথ দুৰ্ঘটনাত ধানী চৰেন (২২) নামৰ যুৱতী এগৰাকী থিতাতে নিহত হয়। জানিৱ পৰা মতে শ্ৰীৰামপুৰ শ্ব্যামাগুৰীৰ প্ৰয়াত নিকলাছ চৰেনৰ কন্যা ধানী চৰেন তেলিপাৰাৰ টেলাৰীং এণ্ড উইভিং ট্ৰেনিং চেন্টাৰৰ শিক্ষাৰ্থী আছিল ৷ প্ৰতিদিনৰ

১০ বছৰ পিছত বিৰল যোগ! এই ৩ ৰাশিৰ জাতক-জাতিকাৰ ঘূৰিব ভাগ্যৰ চকৰি, হাতলৈ আহিব প্ৰচুৰ ধন

১০ বছৰ পিছত বিৰল যোগ! এই ৩ ৰাশিৰ জাতক-জাতিকাৰ ঘূৰিব ভাগ্যৰ চকৰি, হাতলৈ আহিব প্ৰচুৰ ধন

জ্যোতিষত গ্ৰহৰ ৰাশি পৰিৱৰ্তন অতি গুৰুত্বপূৰ্ণ বুলি গণ্য কৰা হয়। যেতিয়া কোনো গ্ৰহ এটা ৰাশিৰ পৰা আন এটা ৰাশিলৈ ট্ৰেনজিট বা পৰিৱৰ্তন হয় তেতিয়া ই ১২টা ৰাশিতেই প্ৰভাৱ পেলায়। কিন্তু সকলো ৰাশিৰ ওপৰত সমানে প্ৰভাৱ নপৰে অযোধ্যাৰ জ্যোতিষী পণ্ডিত কল্কি ৰামে কয় যে শুক্ৰ কন্যা ৰাশিত প্ৰৱেশ কৰিছে। য’ত ইতিমধ্যে