আগন্তুক ৩ ঘণ্টাত ঘূৰ্ণীবতাহ মিধিলিয়ে লব ভয়াৱহ ৰূপ। বতৰ বিজ্ঞান কেন্দ্ৰই জাৰি কৰিছে এলাৰ্ট। অসমৰ লগতে উত্তৰ-পূবৰ কেইবাটাও প্ৰান্তত হব মুষলধাৰ বৰষুণ। ৮৫ কিলোমিটাৰ প্ৰতিঘণ্টাত বলিব বতাহ। পশ্চিমবংগ আৰু বাংলাদেশত হাইএলাৰ্ট
Year: 2023
বিশ্বকাপত মহম্মদ ছামীৰ সুন্দৰ প্ৰদৰ্শনত সমগ্ৰ দেশ মুগ্ধ হৈছে। ২০২৩ চনৰ বিশ্বকাপৰ সফল বলাৰ হিচাপে প্ৰমাণিত হোৱা ছামীয়ে প্ৰতিযোগিতাৰ ছেমি ফাইনেলত নিউজিলেণ্ডৰ বিৰুদ্ধে অকলে ৭টা উইকেট দখল কৰে। ছামী ভাৰত- নিউজিলেণ্ডৰ ছেমিফাইনেল মেচখনৰ শ্ৰেষ্ঠ খেলুৱৈও আছিল। কিন্তু ইয়াৰ মাজতে তেওঁৰ পত্নী হাছিন জাহানে সামাজিক মাধ্যমত এটা ইংগিতদায়ক ভিডিঅ’ পোষ্ট কৰিছে।
ক্ৰিকেট বিশ্বকাপ ফাইনেলত সম্ভৱতঃ মুখ্য অতিথি হ’ব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী। বহু তাৰকাই এই দিনটোত খেল উপভোগ কৰাৰ সম্ভাৱনা আছে। ইয়াৰ লগতে ভাৰতৰ দুই প্ৰাক্তন বিশ্বকাপ জয়ী অধিনায়ক কপিল দেৱ আৰু এম এছ ধোনীও উপস্থিত থাকিব পাৰে। ফাইনেলৰ দিনা এক বিশেষ এয়াৰ শ্ব’ হ’ব। বিশ্বকাপৰ আৰম্ভণিতে হাৰ্দিক পাণ্ডিয়া আঘাতৰ বাবে আঁতৰি
🔷 আৰক্ষীৰ গুলীত আহত বাবু শইকীয়া 🔷 আৰক্ষীক আক্ৰমণ কৰি পলায়নৰ চেষ্টা কৰিছিল অপৰাধীটোৱে 🔷 বাবুৰ আক্ৰমণত আহত অজয় নাথ নামৰ এজন কনিষ্টবল 🔷 বাবু শইকীয়াক লৈ অভিযান চলোৱাৰ সময়তে এই অভিযান 🔷 বৃহস্পতিবাৰে এজন শিক্ষকৰ বাইক লৈ উধাও হৈছিল বাবু 🔷 পিষ্টলেৰে ভাবুকি দেখুৱাই কাঢ়ি নিছিল বাইকখন 🔷 আজি
ভগৱান শণিদেৱে সকলোৰে কৰ্মৰ হিচাপ ৰাখে আৰু তেওঁৰ ছায়াৰপৰা ভগৱান শিৱও ৰক্ষা নপৰিছিল। ভগৱান শণিদেৱৰ কাৰোবাৰ ওপৰত সুদৃষ্টি পৰিলে সেইজন ৰজা হয়৷ আৰু যদি তেওঁৰ কুদৃষ্টি পৰে তেতিয়া তেওঁ ৰজাকো দৰিদ্ৰতা ৰং দেখুৱাই। ভগৱান শণিদেৱ সূৰ্য্য আৰু ছায়াঁৰ পুত্র হয়। এওঁ দৃষ্টিৰপৰা যি ক্ৰধতা পৰে, সেয়া তেওঁৰ পত্নীৰ সাপৰ বাবে