Advertisement

Year: 2023

দলৈ সমাজক দিলে কামাখ্যা মন্দিৰ পৰিচালনাৰ দায়িত্বউচ্চতম ন্যায়ালয়ৰ নিৰ্দেশনা:

দলৈ সমাজক দিলে কামাখ্যা মন্দিৰ পৰিচালনাৰ দায়িত্বউচ্চতম ন্যায়ালয়ৰ নিৰ্দেশনা:

🔴উচ্চতম ন্যায়ালয়ৰ গুৰুত্বপূৰ্ণ নিৰ্দেশনা🔴দলৈ সমাজক দিলে কামাখ্যা মন্দিৰ পৰিচালনাৰ দায়িত্ব🔴গুৱাহাটী উচ্চ ন্যায়ালয়ে দিয়া নিৰ্দেশ খাৰিজ উচ্চতম ন্যায়ালয়ৰ🔴এতিয়াৰে পৰা দান-বৰঙণি জমা কৰিব দলৈ সমাজে, মন্দিৰৰ সামগ্ৰিক কাম-কাজ পৰিচালনাৰ দায়িত্ব অৰ্পণ দলৈ

গুৱাহাটীৰ ‘প্ৰতীক্ষা হাস্পতাল’ ত আয়কৰ বিভাগে অভিযান!

গুৱাহাটীৰ ‘প্ৰতীক্ষা হাস্পতাল’ ত আয়কৰ বিভাগে অভিযান!

আয়কৰ বিভাগে অভিযান চলালে গুৱাহাটীৰ ‘প্ৰতীক্ষা হাস্পতাল’ ত 🔷গুৱাহাটীৰ বৰবাৰীৰ প্ৰতীক্ষা হাস্পতালত আয়কৰ বিভাগৰ অভিযান। 🔷গ্ৰাহকক লুণ্ঠন চলোৱাৰ অভিযোগ আছে গুৱাহাটীৰ প্ৰতীক্ষা হাস্পতালৰ বিৰুদ্ধে। 🔷হাস্পতালৰ ফাৰ্মাচী, পৰীক্ষাগাৰ, কেছ কাউণ্টাৰ ,

পৃথিৱীৰ আটাইতকৈ ধুনীয়া হাতৰ আখৰ…! ছপা কৰা আখৰৰ দৰে সুন্দৰ, হাৰ মানে কম্পিউটাৰেও

পৃথিৱীৰ আটাইতকৈ ধুনীয়া হাতৰ আখৰ…! ছপা কৰা আখৰৰ দৰে সুন্দৰ, হাৰ মানে কম্পিউটাৰেও

শিক্ষা হৈছে এনে এক মাধ্যম, যাৰ আধাৰত জীৱন গঢ় লৈ উঠে। ছাত্ৰ-ছাত্ৰীৰ ভৱিষ্যত গঢ় লৈ উঠে। ছাত্ৰ-ছাত্ৰীয়ে জীৱনৰ লক্ষ্যত উপনীত হ’বলৈ সক্ষম হয়। আৰু শিক্ষাৰ অন্যতম প্ৰধান অংশ হ’ল হাতৰ

ৰঙানদী! পেৰুৰ এই নদীখনৰ পানী তেজৰ দৰে ৰঙা, কাৰণ জানিলে আচৰিত হ’ব

ৰঙানদী! পেৰুৰ এই নদীখনৰ পানী তেজৰ দৰে ৰঙা, কাৰণ জানিলে আচৰিত হ’ব

দক্ষিণ আমেৰিকাৰ দেশ পেৰুত এনে খন নদী আছে, যাৰ পানীৰ ৰং তেজৰ দৰে ৰঙা। প্ৰতি বছৰে বহু পৰ্যটকে এই নদীখন চাবলৈ আহে। নদীখনৰ ৰঙা পানী দেখি যিকোনো লোকেই আচৰিত হ’ব।

দুৰ্বৃত্তৰ গুলীচালনাত আহত এজন, দুৰ্বৃত্তই লুটি নিলে বাইক

দুৰ্বৃত্তৰ গুলীচালনাত আহত এজন, দুৰ্বৃত্তই লুটি নিলে বাইক

বোকাখাতৰ লতাবাৰীত গুলীচালনাৰ ঘটনা। উদয় চাংমাই নামৰ এজন লোকলৈ লক্ষ্য কৰি দুৰ্বৃত্তৰ গুলীচালনা। বৃহস্পতিবাৰে সংঘটিত হয় এই ঘটনা। গুলীচালনাত গুৰুতৰভাৱে আহত উদয় চাংমা। দুৰ্বৃত্তই কাঢ়ি লৈ যায় উদয় চাংমাইৰ বাইকখন।