শুকুৰবাৰে পুৱাৰ পৰা দেশৰ দুই ৰাজ্যত অনুষ্ঠিত বিধানসভা নিৰ্বাচন। ইতিমধ্যে পুৱা ৭ বজাৰ পৰা মধ্য প্ৰদেশত আৰম্ভ হৈছে ভোটগ্ৰহণ প্ৰক্ৰিয়া। ইয়াৰ বিপৰীতে পুৱা ৮ বজাৰ পৰা চত্তীশগড়ত আৰম্ভ হ’ব ভোটগ্ৰহণ।
Year: 2023
মেষ ৰাশি: আজি আপুনি যিকোনো ধৰ্মীয় স্থান বা শুভ কাৰ্যসূচীত অংশগ্ৰহণ কৰিব পাৰিব। খঙৰ ওপৰত নিয়ন্ত্ৰণ ৰাখিব, অন্যথা আপোনাৰ কাম আৰু সম্পৰ্কৰ অৱনতি ঘটিব পাৰে। মানসিক উদ্বিগ্নতা আৰু অস্থিৰতাৰ বাবে কোনো
কামপুৰত সন্ধানহীন মহিলা। পুত্ৰ সন্তানসহ দুদিন ধৰি সন্ধানহীন হৈ আছে কামপুৰ ঘিলানীৰ জাবেদা বেগম নামৰ মহিলা গৰাকী। কাজিৰঙাৰ পৰা বেংকত টকা আনিবলৈ গৈ তিনিবছৰীয়া পুত্ৰ সন্তানসহ সন্ধানহীন মাতৃ জাবেদা বেগম।
মণিপুৰত সংঘৰ্ষ জৰ্জৰ পৰিৱেশৰ বাবে নিংগল চাকৌবা উদযাপন কৰাৰ পৰা বিৰত থাকিল মণিপুৰৰ লোকসকল। ভাতৃ দ্বিতীয়াৰ দিনা মণিপুৰবাসীয়ে পালন কৰে নিংগল চাকৌবা। কিন্তু মণিপুৰৰ মহিলাসকলে এই উৎসৱ পালনৰ বাবে আজি বিৰত
🛑 বদৰুদ্দিন আজমলক সাক্ষাৎ কৰি হাঁহি বিৰিঙিল যাদুৰাণী সুস্মিতাৰ মুখত। 🛑 সুস্মিতাৰ সুস্বাস্থ্যৰ বাবে দোৱা কৰিলে আজমলে । 🛑 সুস্মিতালৈ সৰ্বমুঠ তিনি লাখ টকাৰ আৰ্থিক সাহায্য আগবঢ়ালে আজমলে।