মণিপুৰত সংঘৰ্ষ জৰ্জৰ পৰিৱেশৰ বাবে নিংগল চাকৌবা উদযাপন কৰাৰ পৰা বিৰত থাকিল মণিপুৰৰ লোকসকল

মণিপুৰত সংঘৰ্ষ জৰ্জৰ পৰিৱেশৰ বাবে নিংগল চাকৌবা উদযাপন কৰাৰ পৰা বিৰত থাকিল মণিপুৰৰ লোকসকল

মণিপুৰত সংঘৰ্ষ জৰ্জৰ পৰিৱেশৰ বাবে নিংগল চাকৌবা উদযাপন কৰাৰ পৰা বিৰত থাকিল মণিপুৰৰ লোকসকল। ভাতৃ দ্বিতীয়াৰ দিনা মণিপুৰবাসীয়ে পালন কৰে নিংগল চাকৌবা। কিন্তু মণিপুৰৰ মহিলাসকলে এই উৎসৱ পালনৰ বাবে আজি বিৰত থাকিল। মণিপুৰৰ হিংসাৰ বাবে এই পদক্ষেপ গ্ৰহণ কৰে মণিপুৰবাসীয়ে। ৰাজ্যখনৰ শেহতীয়া দুৰ্দিনক সুঁৱৰি কেমেৰাৰ সন্মুখত হুকহুকাই কান্দিলে এগৰাকী মহিলাই।

Shahnawaz Hamza

Related