পদত্যাগ কৰিলে আই পি এছ আনন্দ মিশ্ৰই। লখীমপুৰ জিলাৰ আৰক্ষী অধীক্ষক হিচাপে দায়িত্বত থকা মিশ্ৰই স্বাধানীভাৱে সমাজৰ কাম কৰি যোৱাৰ ইচ্ছাৰে এই পদত্যাগ পত্ৰ প্ৰেৰণ কৰিছে ৰাজ্যৰ মুখ্য সচিব আৰু আৰক্ষী সঞ্চালক প্ৰধানলৈ। NB: This is a breaking News update, more details will be added soon.
Year: 2023
শুক্ৰ হৈছে প্ৰেম, বিবাহ, বৈবাহিক সুখ আৰু ধন-সম্পত্তিৰ দেৱতা। কোষ্ঠীত শুক্ৰৰ স্থান যদি অতি ভাল হয়, তেন্তে ইয়াৰ দ্বাৰা জাতক-জাতিকাসকল যথেষ্ট উপকৃত হ’ব ৷ যিসকলৰ কোষ্ঠীত শুক্ৰৰ স্থান অতি শক্তিশালী, জীৱনটো অতি সুন্দৰ হ’বলৈ গৈ আছে, ধনৰ প্ৰচুৰতা থাকিব ৷ প্রতীকী ছবি ৷ যদি শুক্ৰ শক্তিশালী হয় তেন্তে প্ৰেমত থকা
ভাৰতীয় বেংকত আনক্লেইমড ডিপ’জিট (Unclaimed Deposit) অৰ্থাৎ দাবী বিহীন আমানত বৃদ্ধি পাইছে। শেহতীয়াকৈ কেন্দ্ৰীয় বিত্ত ৰাজ্য মন্ত্ৰী ভাগৱত কে কাৰাডে ৰাজ্যসভাত এক প্ৰশ্নৰ উত্তৰত কয় যে ২০২৩ চনৰ মাৰ্চ মাহৰ ভিতৰত বেংকত দাবীহীন জমা ধন ২৮ শতাংশ বৃদ্ধি পাই ৪২,২৭০ কোটি টকা হৈছে। কাৰাডে কয় যে ২০২১-২০২২ বিত্তীয় বৰ্ষত ৰাজহুৱা
🔹 কর্মস্থলীত মানৱৰ চাকৰি খোৱা অভিযান আৰম্ভ কৃত্রিম বুদ্ধিমত্তা এপছত বিশেষ বাৰ্তা, ২৬ ডিচেম্বৰ : কৃত্রিম বুদ্ধিমত্তাৰ মোতায়েনে মানৱ জাতিৰ বাবে প্রত্যাহ্বান কঢ়িয়াই আনিব বুলি বিশেষজ্ঞই কৰা শংকা এতিয়া সত্য প্রমাণিত হোৱাৰ দিশে আগবাঢ়িছে৷ কৃত্রিম বুদ্ধিমত্তা (এআই) কর্মস্থানত নিয়োগ কৰিলে মানুহৰ সংস্থাপন কাঢ়ি নিব বুলি চলি থকা চর্চা শেহতীয়াভাৱে সত্যত
অহা ৮ জানুৱাৰীত অনুষ্ঠিত হ’বলগীয়া পাহাৰীয়া জিলা ডিমা হাছাও স্বায়ত্তশাসিত পৰিষদৰ নিৰ্বাচনৰ প্ৰাকক্ষণত নিৰ্বাচনকেন্দ্ৰিক হিংসাই সমগ্ৰ জিলাখনত চাঞ্চল্যৰ সৃষ্টি কৰিছে । প্ৰাপ্ত তথ্য অনুসৰি, ডিমা হাছাওৰ ছেমখৰ পৰিষদীয় সমষ্টিত এই নিৰ্বাচনী হিংসা সংঘটিত হৈছে । সমষ্টিটোত নিৰ্বাচনী প্ৰচাৰত ব্যস্ত থকা দুজন যুৱক ক্ৰমে ৰাইডেন হাফলংবাৰ আৰু প্ৰকাশ ফংলʼক কোনো দুষ্কৃতিকাৰীয়ে