বিশ্ব ‘জয়’ কৰি ঘৰলৈ উভতি আহিল কিষাণ বাগাৰিয়া৷ ডিব্ৰুগড়ৰ এই যুৱকজনৰ সফলতাই ইতিমধ্যে পৃথিৱীজুৰি চৰ্চা লাভ কৰিছে৷ নিজে সৃষ্টি কৰা এটা এপ্ ৪১৬ কোটি টকাত বিক্ৰী কৰি নিউয়ৰ্কৰ পৰা ঘৰলৈ উভতি আহিল প্ৰতিভাৱান যুৱকজন৷ উল্লেখ্য, ডিব্ৰুগড়ৰ সন্তান কিষাণ বাগাৰিয়াই নিৰ্মাণ কৰা ‘টেক্সট্ছ ডট কম’ নামৰ মেছেজিং এপ ৫০মিলিয়ন মাৰ্কিন ডলাৰত (৪১৬
Year: 2023
লোকসভাত ধনৰ বিনিময়ত প্ৰশ্ন উত্থাপন কৰা অভিযোগ সন্দৰ্ভত আজি এথিক্স কমিটীৰ পাঁচঘণ্টাজোৰা জেৰাৰ সন্মুখীন হ’ব লগা হয় তৃণমূলৰ সাংসদ মহুৱা মৈত্ৰই৷ ইয়াৰ বাবে তেওঁক কমিটীখনে ১১ বজাত সংসদৰ এনেক্স ভৱনত উপস্থিত হ’বলৈ কোৱা হয় যদিও কিছু পলমকৈ হাজিৰ হয় সাসংদগৰাকী৷ ইফালে জেৰাকালত সাংসদগৰাকীক কমিটীখনে কৰা অশালীন আৰু সম্পূৰ্ণ ব্যক্তিগত বিষয়
‘হেলিকপ্টাৰেৰে অসম পৰিভ্ৰমণ কৰি থকা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই দুখীয়া মানুহৰ দুখ দেখা নাপায়৷ চৌদিশে উন্নয়নৰ গংগা বোৱা বুলি দাবী কৰি থকা হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ কাৰ্যালয়ত সাধাৰণ মানুহৰ চকুলোৰ মূল্য নাই৷’ –শিৱসাগৰ জিলাৰ থাওৰা সমষ্টিৰ লাইবিল মুৰংঘৰত আজি ‘চাঙে চাঙে কংগ্ৰেছ’ শীৰ্ষক কাৰ্যসূচীত উপস্থিত থাকি এইদৰে মন্তব্য কৰে অসম
লোকসভাৰ আগন্তুক নিৰ্বাচনত অসমৰ ১৫ দলীয়া ঐক্য মঞ্চৰ অন্তৰ্গত কোন দলে কোনটো সমষ্টিত প্ৰতিদ্বন্দ্বিতা কৰিব? এ আই ইউ ডি এফৰ মুৰব্বী বদৰুদ্দিন আজমলে দাবী কৰা মতে ধুবুৰী সমষ্টিত হেনো এই পৰ্যন্ত বিৰোধী ঐক্য মঞ্চৰ প্ৰাৰ্থীয়ে চূড়ান্ত হোৱা নাই৷ সেয়ে এইটো সমষ্টিত আজমলৰ জয় নিশ্চিত৷ বহু চেষ্টাৰ পিছতো ৰাষ্ট্ৰীয় প্ৰেক্ষাপটত ‘ইণ্ডিয়া’
এনডিএ বা ইণ্ডিয়া ক’তোৱে চমিল নহয় হাগ্ৰামা মহিলাৰী নেতৃত্বাধীন বিপিএফ৷ ৰাজ্যিক বিজেপিৰ সভাপতি ভৱেশ কলিতাই লোকসভাৰ আগন্তুক নিৰ্বাচনত বিপিএফ দলক বিজেপি মিত্ৰজোঁটক সহায় কৰিবলৈ মুকলি আহ্বান জনোৱাৰ পাছতে দলটোৱে গ্ৰহণ কৰিছে এই সিদ্ধান্ত৷ বিপিএফৰ বিধায়ক দুৰ্গাদাস বড়োৱে এই সন্দৰ্ভত মত প্ৰকাশ কৰি কয়– কংগ্ৰেছৰ নেতৃত্বত গঠিত জোটবন্ধনতো আমি নাই আৰু