Year: 2023

ৰঙিয়া আৰক্ষীৰ অভিযান , গুৰকুছিৰ পৰা জব্দ পিষ্টল, সজীৱ গুলী সহ আটক দুজক

ৰঙিয়া আৰক্ষীৰ অভিযান , গুৰকুছিৰ পৰা জব্দ পিষ্টল, সজীৱ গুলী সহ আটক দুজক

ৰঙিয়া গুৰকুছি কৰৰাত ৰঙিয়া আৰক্ষীয়ে অভিযান চলাই দুজনকৈ যুৱকৰ ঘৰৰ পৰা পিষ্টল, তিনিজাই গুলী সহ নগদ ধন জব্দ কৰিবলৈ সক্ষম হয় । ৰঙিয়া আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া ভাস্কৰ মল্ল পাটোৱাৰীয়ে জানিবলৈ দিয়ামতে এক গোপন সুত্ৰৰ ভিত্তিত নিশাৰ ভাগত ৰঙিয়া গুৰকুছিৰ কৰাৰত ৰিংকু আলী ওৰফে গাগাৰ ঘৰত তালাচী চলোৱা হয়

বৰাজুলি গাঁৱত বনৰীয়া হাতীৰ উপদ্ৰৱ/তিনিটা বাসগৃহ ভাঙি তহিলঙ

বৰাজুলি গাঁৱত বনৰীয়া হাতীৰ উপদ্ৰৱ/তিনিটা বাসগৃহ ভাঙি তহিলঙ

বিহালীত বনৰীয়া হাতীৰ উপদ্ৰৱ নতুন কথা নহয়।বিগত 15/20বছৰ ধৰি বিহালীৰ বিভিন্ন স্থানত বনৰীয়া হাতীয়ে উপদ্ৰৱ কৰি আহিছে। এইবাৰো বিহালীৰ বিভিন্ন স্থানত পকাধান খাই আৰু মহতিয়াই অনিষ্ট সাধন কৰিছে। প্ৰত্যেক নিশাই বিহালী বন্যপ্ৰাণী অভয়াৰণ্য আৰু কাজিৰঙা ষষ্ঠ সৎযোজনৰ পৰা ওলাই অহা বনৰীয়া হাতীয়ে খেতি পথাৰ অনিষ্ট কৰে।যোৱা নিশা বৰাজুলি গাৱত এটা

সদ্যোজাত সন্তানক নিজ হাতে হত্যা! তাৰ পিছতে অন্তৰ্ধান মাতৃ

সদ্যোজাত সন্তানক নিজ হাতে হত্যা! তাৰ পিছতে অন্তৰ্ধান মাতৃ

দশমীৰ নিশা সদ্যোজাতৰ কান্দোনৰ শব্দত মুখৰ হৈ উঠিছিল গুৱাহাটীৰ বোন্দা কলনি। কিন্তু পাছদিনা পুৱা ঘৰখনত সন্তান জন্ম হোৱাৰ কোনো উমঘাম নাপালে চুবুৰীয়াই। ৰাতিটোৰ ভিতৰতে স্বাভাৱিক হৈ পৰিল সকলো। ২৪ অক্টোবৰৰ পৰা ৭ দিনে তাপ মাৰি থকাৰ পাছত ১ নৱেম্বৰত হঠাৎ সম্বিৎ ঘুৰাই পালে বোন্দা কলনিৰ বাসিন্দাই। লগে লগে একাংশই সোধা–পোছা

মৰ্মান্তিক দুৰ্ঘটনা! তীব্ৰবেগী ট্ৰাকৰ খুন্দাত মৃত্যু আছাম ৰাইফলছৰ প্ৰাক্তন জােৱানসহ পুত্ৰৰ

মৰ্মান্তিক দুৰ্ঘটনা! তীব্ৰবেগী ট্ৰাকৰ খুন্দাত মৃত্যু আছাম ৰাইফলছৰ প্ৰাক্তন জােৱানসহ পুত্ৰৰ

এখন অটোৰিক্সা আৰু এখন ট্ৰাকৰ সংঘৰ্ষত থিতাতে মৃত্যু হয় পিতৃ আৰু পুত্ৰৰ। মঙলবাৰে পুৱা শিলচৰ-আইজল ৰাষ্ট্ৰীয় ঘাইপথৰ উত্তৰ কৃষ্ণপুৰত সংঘটিত হয় এই কৰুণ ঘটনা। নিহত লোক দুজন আছাম ৰাইফলছৰ অৱসৰপ্ৰাপ্ত জোৱান কুঞ্জোমনি সিং আৰু তেওঁৰ পুত্ৰ প্ৰবীণ সিং বুলি চিনাক্ত কৰা হৈছে। তেওঁলোক আছিল সোণাই সমষ্টিৰ নাগদিৰগ্ৰামৰ বাসিন্দা। প্ৰত্যক্ষদৰ্শীৰ মতে,

স্থায়ী সম্পত্তি তথা বাহনৰ কামত সাৱধান হ’ব, আৰ্থিক সংকট হ’ব পাৰে, আপোনাৰ ৰাশিফল ​​পঢ়ক

স্থায়ী সম্পত্তি তথা বাহনৰ কামত সাৱধান হ’ব, আৰ্থিক সংকট হ’ব পাৰে, আপোনাৰ ৰাশিফল ​​পঢ়ক

মেষ ৰাশি: আজি আপোনাৰ বাবে এক শুভ দিন। অত্যধিক চিন্তাৰ বাবে গুৰুত্বপূৰ্ণ সিদ্ধান্ত লোৱাত কিছু অসুবিধা হ’ব। লিখা-মেলা কামৰ বাবে দিনটো ভাল। কোনো মহিলাৰ লগত বিবাদত নপৰিব। পৰিয়ালৰ সৈতে ভাল সময় অতিবাহিত কৰিব পাৰিব। বৃষ ৰাশি: আজি আপুনি মনটোক সুস্থিৰ কৰি ৰাখিবলৈ চেষ্টা কৰিব। সম্ভৱ হ’লে আজি ভ্ৰমণৰ পৰা বিৰত থাকিব। লেখক,