Year: 2023

বিৰোধীৰ আইফোন ‘ৰাজ্যৰ পৃষ্ঠপোষকতাত হেকিং’ সন্দৰ্ভত তদন্ত ঘোষণা…

বিৰোধীৰ আইফোন ‘ৰাজ্যৰ পৃষ্ঠপোষকতাত হেকিং’ সন্দৰ্ভত তদন্ত ঘোষণা…

দেশৰ বিৰোধী ৰাজনৈতিক দলসমূহৰ একাংশ নেতাই ব্যৱহাৰ কৰা আইফোন ‘ৰাজ্যৰ পৃষ্ঠপোষকতাত হেকিং’ কৰাৰ সন্দৰ্ভত নিৰ্মাতা এপলে জাননী প্ৰেৰণ কৰিছে। ইয়াকে লৈ দেশৰ ৰাজনীতি উত্তাল হৈ থকাৰ মাজতে কেন্দ্ৰীয় চৰকাৰে এই সমগ্ৰ ঘটনাৰ তদন্তৰ নিৰ্দেশ দিছে। এই সন্দৰ্ভত কেন্দ্ৰীয় তথ্য ও প্ৰযুক্তি মন্ত্ৰী অশ্বিনী বৈষ্ণৱে স্পষ্টিকৰণ প্ৰকাশ কৰিছে। উল্লেখ্য, কংগ্ৰেছ সাংসদ

ধনতেৰাচ কেতিয়া? ১০ নে ১১ নৱেম্বৰ?

ধনতেৰাচ কেতিয়া? ১০ নে ১১ নৱেম্বৰ?

দুৰ্গা পূজা, লক্ষ্মী পূজা শেষ হোৱাৰ পিছতেই সমগ্ৰ দেশতে আৰম্ভ হৈছে দীপাৱলীৰ কাউণ্টডাউন। উৎসৱৰ বতৰে এতিয়া অপেক্ষা কৰি আছে কালী পূজা, দীপাৱলী আৰু ভাইফোঁটালৈ। এইবাৰো কালী পূজাৰ আশে-পাশে এক উৎসৱমুখৰ পৰিৱেশ। তাৰ আগতে এইবাৰ ধনতেৰাচ কেতিয়া পৰিছে চাওঁ আহক। হিন্দু চান্দ্ৰ মাহৰ আহিন ত্ৰয়োদশীৰ দিনা ধনতেৰাচ পালন কৰা হয়। সোণ,

ধোৱা বৰণীয়া হৈ পৰিছে দিল্লীৰ আকাশ! বিষাক্ত হৈ পৰিছে বায়ু

ধোৱা বৰণীয়া হৈ পৰিছে দিল্লীৰ আকাশ! বিষাক্ত হৈ পৰিছে বায়ু

ক্ৰমাৎ অধিক বেয়া হৈ গৈ আছে দিল্লীৰ বায়ু। ৰাষ্ট্ৰীয় ৰাজধানীত বায়ু প্ৰদূষণে ভয়ংকৰ ৰূপ ধাৰণ কৰিছে। বায়ু গুণমান সূচক (একিউআই) সম্পূৰ্ণৰূপে বেয়াৰফালে ঢাল খাইছে। বতাহৰ গতি কম হোৱাৰ বাবে বায়ুৰ মানদণ্ড সূচক অতি দুৰ্বল শ্ৰেণীত উপনীত হৈছে। দিল্লীৰ বহুতো অঞ্চলত একিউআই ৪০০ ৰ ওপৰ পাছেগৈ। দেশৰ ২২১ খন চহৰৰ ভিতৰত

সমগ্ৰ দেশ আদানীক গতাই দিছে প্ৰধানমন্ত্ৰী মোডীয়ে: ৰাহুল গান্ধী

সমগ্ৰ দেশ আদানীক গতাই দিছে প্ৰধানমন্ত্ৰী মোডীয়ে: ৰাহুল গান্ধী

কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে কেন্দ্ৰীয় চৰকাৰৰ বিৰুদ্ধে চোৰাংচোৱাৰ অভিযোগ উত্থাপন কৰি মঙ্গলবাৰে এক সংবাদ মেল সম্বোধন কৰে। গান্ধীয়ে কেন্দ্ৰীয় চৰকাৰক সমালোচনা কৰি কয়, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ আত্মা আদানীৰ ওচৰত আছে। তেওঁ মোবাইল ফোন নিৰ্মাতা কোম্পানী এপলৰ পৰা অহা এক ইমেইলৰ প্ৰসংগ উত্থাপন কৰি কয়, তেওঁৰ মোবাইল ফোন টেপিং কৰিলেও কোনো

মুকলি আকাশৰ তলত অন্ধ্ৰপ্ৰদেশৰ প্ৰাক্তন মুখ্যমন্ত্ৰী চন্দ্ৰবাবু নাইডু

মুকলি আকাশৰ তলত অন্ধ্ৰপ্ৰদেশৰ প্ৰাক্তন মুখ্যমন্ত্ৰী চন্দ্ৰবাবু নাইডু

অন্ধ্ৰপ্ৰদেশৰ প্ৰাক্তন মুখ্যমন্ত্ৰী চন্দ্ৰবাবু নাইডুলৈ সাময়িক সকাহ অন্ধপ্ৰদেশ উচ্চ ন্যায়ালয়ৰ। ৪ সপ্তাহৰ বাবে অন্ধ্ৰপ্ৰদেশ উচ্চ ন্যায়ালয়ে মঞ্জুৰ কৰিলে চন্দ্ৰবাবু নাইডুৰ অন্তৱৰ্তীকালীন জামিন। ৫৩ দিন পিছত ৰাজামহেন্দ্ৰবৰম কেন্দ্ৰীয় কাৰাগাৰৰ পৰা ওলাল Telugu Desam Partyৰ মুৰব্বী তথা অন্ধ্ৰপ্ৰদেশৰ প্ৰাক্তন মুখ্যমন্ত্ৰী চন্দ্ৰবাবু নাইডু। চকুৰ অস্ত্ৰোপচাৰৰ বাবে ১ লাখ টকাৰ বণ্ড আৰু আন দুই