Year: 2023

আজি নতুন কাম কৰাৰ বাবে শুভ দিন, ব্যৱসায়ত সফলতা পাব

আজি নতুন কাম কৰাৰ বাবে শুভ দিন, ব্যৱসায়ত সফলতা পাব

মেষ ৰাশি: আজি কথা কোৱাত সংযম ৰাখিব। কোনো এটা বিষয়ত প্ৰিয়জনৰ সৈতে বিবাদ হ’ব পাৰে। উপাৰ্জনতকৈ ব্যয় অধিক হ’ব, কিন্তু অৰ্থনৈতিক লাভৰ সম্ভাৱনা আছে। দিনটো কিছু বিভ্ৰান্তিত পাৰ হ’ব। আপুনি নতুন কাম আৰম্ভ কৰিবলৈ সক্ষম হ’ব। বৃষ ৰাশি: আপুনি আজি ভাল খবৰ পাব পাৰে। শৈশৱৰ বন্ধুক লগ পাই সুখী হ’ব।

যোৰহাটত নৱমী নিশাৰ ছুৰীকাঘাতৰ ঘটনাঃ ৩ জনক গ্ৰেপ্তাৰ, মূল অভিযুক্তৰ সন্ধানত আৰক্ষীৰ তদন্ত অব্যাহত

যোৰহাটত নৱমী নিশাৰ ছুৰীকাঘাতৰ ঘটনাঃ ৩ জনক গ্ৰেপ্তাৰ, মূল অভিযুক্তৰ সন্ধানত আৰক্ষীৰ তদন্ত অব্যাহত

যোৰহাটৰ নৱমীৰ পূজাৰ নিশা গড়আলিত সংঘটিত ছুৰীকাঘাতৰ ঘটনা সন্দৰ্ভত আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে তিনিজন যুৱকক। দীৰ্ঘসময় ধৰি জেৰা কৰাৰ অন্তত ঘটনাস্থলীত উপস্থিত থকা যুৱতীকেইগৰাকীৰ ভাষ্যৰ ভিত্তিত আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে যুৱককেইজনক। ধৃত যুৱককেইজন হ’ল ৰাজীৱ হাজৰিকা, চানিদুল ইছলাম আৰু বিশাল দাস। উল্লেখযোগ্য যে, বাবু চৌধুৰীক ছুৰী মৰা যুৱকজনৰ সন্ধানত তদন্ত অব্যাহত ৰাখিছে

যোৰহাটৰ ONGCত জিঅ’ স্পেছ ফাইবাৰৰ সুবিধা, দেশৰ প্ৰথমটো উপগ্ৰহ নিৰ্ভৰ গিগাফাইবাৰ সেৱা লাভ কৰিব যোৰহাটবাসীয়ে

যোৰহাটৰ ONGCত জিঅ’ স্পেছ ফাইবাৰৰ সুবিধা, দেশৰ প্ৰথমটো উপগ্ৰহ নিৰ্ভৰ গিগাফাইবাৰ সেৱা লাভ কৰিব যোৰহাটবাসীয়ে

যোৰহাটৰ ONGCত শুকুৰবাৰৰ পৰা উপলব্ধ হৈছে অত্যাধুনিক জিঅ’ স্পেছ ফাইবাৰ (Jio Space Fiber) ব্ৰডবেণ্ডৰ সুবিধা। Jioই আৰম্ভ কৰা জিঅ’ স্পেচ ফাইবাৰৰ সুবিধা দেশৰ আন তিনিটা স্থানৰ সৈতে যোৰহাটৰ ONGCয়ে লাভ কৰিছে। Jioৰ অন্যতম পৰিপূৰক প্লেটফৰ্ম ৰিলায়েঞ্চ জিঅ’ ইনফ’কম লিমিটেডে (Reliance Jio Infocomm Limited) নতুন দিল্লীত অয়োজন কৰা ইণ্ডিয়া মোবাইল কংগ্ৰেছ

নগাঁৱৰ কলিয়াবৰত প্ৰজন্মৰ বিশেষ পদক্ষেপ,তিনি শিক্ষাৰ্থীক জলপানি প্ৰদান

নগাঁৱৰ কলিয়াবৰত প্ৰজন্মৰ বিশেষ পদক্ষেপ,তিনি শিক্ষাৰ্থীক জলপানি প্ৰদান

নিউজ ব্যুৰ’,নগাঁও,২৭অক্টোবৰ:–শিক্ষা-সংস্কৃতি আৰু ক্ৰীড়াৰ ক্ষেত্ৰত জড়িত নতুন প্ৰজন্মৰ ছাত্ৰ ছাত্ৰীৰ ভৱিষ্যত গঢ়িবলৈ “প্ৰজন্ম কলিয়াবৰ” নামৰ এটি অগ্ৰণী অনুষ্ঠানে নগাঁও জিলাৰ কলিয়াবৰৰ বিভিন্ন ক্ষেত্ৰৰ তিনিগৰাকী ছাত্ৰ-ছাত্ৰীক শুক্ৰবাৰে জলপানি প্ৰদান কৰে। এই উপলক্ষে কলিয়াবৰ মহাবিদ্যালয় প্ৰাংগণত প্ৰজন্মৰ সভাপতি মণিমাধৱ মহন্তৰ সভাপতিত্বত এখনি সভা অনুষ্ঠিত হয়। সভাত বিভিন্ন ক্ষেত্ৰৰ সৈতে জড়িত হৈ কলিয়াবৰলৈ