🔴ৰাজ্যৰ চৰকাৰী কৰ্মচাৰীলৈ বিশেষ নিৰ্দেশনা চৰকাৰৰ🔴এতিয়াৰে পৰা দিছপুৰৰ অনুমতি অবিহনে কৰিব নোৱাৰিব দ্বিতীয় বিৱাহ🔴ৰাজ্য চৰকাৰৰ কৰ্মচাৰী বিভাগৰ অতিৰিক্ত মুখ্য সচিবৰ কঠোৰ নিৰ্দেশনা🔴নীতি উলংঘা কৰিলে ভৰিব লাগিব বৃহৎ পৰিমাণৰ জৰিমনা🔴বিভাগীয় তদন্তৰো সন্মুখীন হ’ব লাগিব এনে চৰকাৰী কৰ্মচাৰীয়ে🔴প্ৰয়োজনত বাধ্যতামূলক অৱসৰৰ বিধিও হ’ব প্ৰযোজ্য🔴অতিৰিক্ত মুখ্য সচিব নীৰজ বাৰ্মাই জাৰি কৰিছে এই নিৰ্দেশনা🔴কোনো কৰ্মচাৰীয়ে
Year: 2023
🔴ধেমাজিৰ জোনাইৰ চহবাৰীত বাঁহৰ দলং ভাঙি তলত পৰিল ছাত্ৰ-ছাত্ৰী🔴বাঁহৰ দলংখনৰে গৈ আছিল কেইবাগৰাকীও ছাত্ৰ-ছাত্ৰী🔴দুৰ্ঘটনাত ২০গৰাকী ছাত্ৰ-ছাত্ৰী আহত, ৫গৰাকীৰ অৱস্থা সংকটজনক
🔴এপ্ৰিলৰ পৰা পুনৰ ৰাষ্ট্ৰীয় ঘাইপথৰ টোলৰ নিৰিখ বৃদ্ধিৰ পৰিকল্পনা🔴১৫-২০% পৰ্যন্ত নিৰিখ বৃদ্ধিৰ পৰিকল্পনা NHAIৰ
নিউজ ব্যুৰ’,নগাঁও,২৬অক্টোবৰ:–নগাঁও ক্ৰীড়া সংস্থাৰ উদ্যোগত নুৰুল আমিন ষ্টেডিয়ামত বৃহস্পতিবাৰৰ পৰা ঐতিহ্যমণ্ডিত মহাৰজত জয়ন্তী স্বাধীনতা দিৱস কাপ প্ৰাইজমানি ফুটবল প্ৰতিযোগিতাখনি আৰম্ভ হৈছে৷ উত্তৰ পূৰ্বাঞ্চলৰ ভিতৰতে অন্যতম পুৰণি তথা আগশাৰীৰ সৰ্বভাৰতীয় আমন্ত্ৰণমূলক এই প্ৰতিযোগিতাখনি আনুষ্ঠানিকভাৱে শুভাৰম্ভ কৰে জনপ্ৰিয় কণ্ঠশিল্পী জুবিন গাৰ্গে। আজিৰ উদ্বোধনী অনুষ্ঠানত অৰ্জুন বঁটাপাপ্ৰক,স্বৰ্ণ কণ্যা হিমা দাসৰ লগতে অসম ফুটবল
নিউজ ব্যুৰ’,নগাঁও,২৬অক্টোবৰ:–নগাঁও জিলাৰ কামপুৰৰ বিশিষ্ট ব্যৱসায়ী, সাংস্কৃতিক কৰ্মী,সমাজ সেৱক,ক্ৰীড়া সংগঠক তথা ছবি প্ৰযোজক কমল বৰাৰ বৃহস্পতিবাৰে পুৱা দেহাৱসান ঘটে । জানিব পৰা মতে,জাপানীজ এনকেফেলাইটিছত আক্রান্ত হৈ বহুদিনৰ পৰা গুৱাহাটীত চিকিৎসাধীন হৈ আছিল কমল বৰা। কিছুদিন পূৰ্বেই বৰাক গুৱাহাটীৰ পৰা কামপুৰস্থিত নিজ বাসগৃহলৈ অনা হয়। বৃহস্পতিবাৰে পুৱা কামপুৰৰ শান্তিপট্টিস্থিত নিজ বাসগৃহতেই