Year: 2023

নিয়মীয়াকৈ নহৰু খালেও পাব অনেক সুফল

নিয়মীয়াকৈ নহৰু খালেও পাব অনেক সুফল

⬛ নহৰুৱে কলেষ্টেৰল নিয়ন্ত্ৰিত কৰে৷ নহৰুৱে কলেষ্টেৰল হ্ৰাস কৰি কাৰ্ডিওভাস্কুলাৰ ৰোগৰ আশংকা হ্ৰাস কৰিব পাৰে৷ ⬛ উচ্ছ ৰক্তচাপ নিয়ন্ত্ৰণত সহায় কৰে৷ নহৰুৰ প্ৰদাহ-প্ৰতিৰোধী গুণ আছে আৰু ই শৰীৰৰ মাজেৰে তেজ সহজে প্ৰবাহিত হোৱাত সহায় কৰে৷ ⬛ হৃদপিণ্ড সুৰক্ষিত ৰাখে৷ নিয়মীয়াকৈ নহৰু খালে হৃদৰোগৰ আশংকা হ্ৰাস পায়৷ কঠিন ৰক্তনলীবোৰ শিথিল কৰি

এইবোৰ সমস্যাত নয়নতৰা ফুলে ঔষধৰ কাম কৰে…

এইবোৰ সমস্যাত নয়নতৰা ফুলে ঔষধৰ কাম কৰে…

নয়নতৰা সকলোৰে পৰিচিত ফুল৷ এইবিধ ফুল পূজা-অৰ্চনাত ব্যৱহাৰ কৰা হয়৷ কিন্তু বহুতেই নয়নতৰা ফুলৰ ঔষধি গুণৰ বিষয়ে অৱগত নহয়৷ নয়নতৰা ফুলৰ পাতে তেজত শৰ্কৰাৰ মাত্ৰা নিয়ন্ত্ৰণত ৰখাত সহায় কৰে৷ সেইবাবেই ডায়েবেটিছ ৰোগীক নয়নতৰা ফুলৰ পাত চোবাই খোৱা দেখা যায়৷ নয়নতৰাৰ পাতৰ লগতে ফুলো ঔষধ হিচাপে ব্যৱহাৰ কৰা হয়৷ উল্লেখ কৰা

ৰক্তহীনতা! ঔষধ খোৱাৰ আগতে জানি লওক ঘৰুৱা সমাধান

ৰক্তহীনতা! ঔষধ খোৱাৰ আগতে জানি লওক ঘৰুৱা সমাধান

বহুতে ৰক্তহীনতাক সাধাৰণ সমস্যা বুলি ধৰি লয়৷ কিন্তু ৰক্তহীনতাৰ সমস্যাই বিভিন্ন জটিল ৰোগৰ সৃষ্টি কৰিব পাৰে৷ ৰক্তহীনতাৰ সমস্যা যেতিয়ালৈকে গুৰুতৰ পৰ্যায়ত উপনীত নহয়, তেতিয়ালৈকে কোনো বিশেষ ক্ষতিকাৰক কোনো সমস্যাই দেখা নিদিয়ে৷ কিন্তু ইয়াৰ অৱহেলাৰ পৰিণতি হ’ব পাৰে হিতে বিপৰীত৷ সেয়ে  প্ৰথমৰ পৰাই ৰক্তহীনতাৰ সমস্যাত ভুগিলে  চিকিৎসকৰ কাষ চাপক৷ এগৰাকী পূৰ্ণবয়স্ক

চোৰ নহয় এইবাৰ পলাতক আৰক্ষী বিষয়া

চোৰ নহয় এইবাৰ পলাতক আৰক্ষী বিষয়া

ৰৌতাত দুৰ্নীতি নিবাৰক শাখাৰ অভিযান। অভিযানত পলাতক ৰৌতা আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া কবিন্দ্ৰ ৰাভা। উৎকোচ লোৱা অৱস্থাত দুৰ্নীতি নিবাৰক শাখাই হাতে-লোটে ধৰিছিল কবিন্দ্ৰ ৰাভাক। ইয়াৰ পাছতে তেওঁ সুযোগ বুজি পলায়ন কৰে। অৱশ্যে এতিয়ালৈ দুৰ্নীতি নিবাৰক শাখাই এই সন্দৰ্ভত সবিশেষ তথ্য আনুষ্ঠানিকভাৱে ঘোষণা কৰা নাই।

স্বামীৰ পৰা বিচ্ছেদ ইটালীৰ প্ৰধানমন্ত্ৰীৰ

স্বামীৰ পৰা বিচ্ছেদ ইটালীৰ প্ৰধানমন্ত্ৰীৰ

ইটালীৰ প্ৰধানমন্ত্ৰী জৰ্জিয়া মেলনিয়ে স্বামীৰ সৈতে সম্পৰ্ক বিচ্ছেদ কৰিছে৷ শুকুৰবাৰে তেওঁ ১০ বছৰীয়া যুগ্ম জীৱনৰ অৱসান ঘটোৱাৰ বিষয়ে ইনষ্টাগ্ৰাম প’ষ্টৰ জৰিয়তে সদৰি কৰে৷ উল্লেখ্য যে জৰ্জিয়া মেলনিৰ স্বামী আন্দ্ৰেয়া জিয়ামব্ৰুনো বৃত্তিত এগৰাকী সাংবাদিক৷ জৰ্জিয়া আৰু আন্দ্ৰেয়াৰ এটি সাত বছৰীয়া কন্যা সন্তানো আছে৷ অৱশ্যে কি কাৰণত ইটালীৰ প্ৰধানমন্ত্ৰী জৰ্জিয়াই স্বামীৰ সৈতে