⬛ নহৰুৱে কলেষ্টেৰল নিয়ন্ত্ৰিত কৰে৷ নহৰুৱে কলেষ্টেৰল হ্ৰাস কৰি কাৰ্ডিওভাস্কুলাৰ ৰোগৰ আশংকা হ্ৰাস কৰিব পাৰে৷ ⬛ উচ্ছ ৰক্তচাপ নিয়ন্ত্ৰণত সহায় কৰে৷ নহৰুৰ প্ৰদাহ-প্ৰতিৰোধী গুণ আছে আৰু ই শৰীৰৰ মাজেৰে তেজ
Year: 2023
নয়নতৰা সকলোৰে পৰিচিত ফুল৷ এইবিধ ফুল পূজা-অৰ্চনাত ব্যৱহাৰ কৰা হয়৷ কিন্তু বহুতেই নয়নতৰা ফুলৰ ঔষধি গুণৰ বিষয়ে অৱগত নহয়৷ নয়নতৰা ফুলৰ পাতে তেজত শৰ্কৰাৰ মাত্ৰা নিয়ন্ত্ৰণত ৰখাত সহায় কৰে৷ সেইবাবেই
বহুতে ৰক্তহীনতাক সাধাৰণ সমস্যা বুলি ধৰি লয়৷ কিন্তু ৰক্তহীনতাৰ সমস্যাই বিভিন্ন জটিল ৰোগৰ সৃষ্টি কৰিব পাৰে৷ ৰক্তহীনতাৰ সমস্যা যেতিয়ালৈকে গুৰুতৰ পৰ্যায়ত উপনীত নহয়, তেতিয়ালৈকে কোনো বিশেষ ক্ষতিকাৰক কোনো সমস্যাই দেখা
ৰৌতাত দুৰ্নীতি নিবাৰক শাখাৰ অভিযান। অভিযানত পলাতক ৰৌতা আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া কবিন্দ্ৰ ৰাভা। উৎকোচ লোৱা অৱস্থাত দুৰ্নীতি নিবাৰক শাখাই হাতে-লোটে ধৰিছিল কবিন্দ্ৰ ৰাভাক। ইয়াৰ পাছতে তেওঁ সুযোগ বুজি
ইটালীৰ প্ৰধানমন্ত্ৰী জৰ্জিয়া মেলনিয়ে স্বামীৰ সৈতে সম্পৰ্ক বিচ্ছেদ কৰিছে৷ শুকুৰবাৰে তেওঁ ১০ বছৰীয়া যুগ্ম জীৱনৰ অৱসান ঘটোৱাৰ বিষয়ে ইনষ্টাগ্ৰাম প’ষ্টৰ জৰিয়তে সদৰি কৰে৷ উল্লেখ্য যে জৰ্জিয়া মেলনিৰ স্বামী আন্দ্ৰেয়া জিয়ামব্ৰুনো