Year: 2023

টোপনি নাহে? অন্য ৰোগৰো সংকেত হ’ব পাৰে

টোপনি নাহে? অন্য ৰোগৰো সংকেত হ’ব পাৰে

এজন পূৰ্ণবয়স্ক লোকৰ বাবে দৈনিক ৬ ঘণ্টা টোপনিৰ প্ৰয়োজন৷ কিন্তু অনিদ্ৰাত ভুগিলে টোপনি পাতলীয়া হোৱাৰ উপৰি কেতিয়াবা দুই-এঘণ্টাহে টোপনি আহিব পাৰে৷ অনিদ্ৰাই বিভিন্ন শাৰীৰিক সমস্যাৰ সৃষ্টি কৰে৷ ব্যস্ততাপূৰ্ণ জীৱনৰ বাবে বহুতে সময়মতে শুবলৈ যাব নোৱাৰে৷ কামৰ হেঁচাত টোপনিৰ পৰিমাণ ক’ব নোৱাৰাকৈয়ে হ্ৰাস পাই আহে৷ টোপনি হ্ৰাস পালে বিভিন্ন ৰোগৰ উপসৰ্গই

সাৱধান! এইবোৰ লক্ষণ ইউৰিক এচিডৰ…

সাৱধান! এইবোৰ লক্ষণ ইউৰিক এচিডৰ…

আজি-কালি প্ৰায়ভাগ লোকৰ মুখতে ইউৰিক এচিডৰ সমস্যাৰ বিষয়ে শুনিবলৈ পোৱা যায়৷ ডায়েবেটিছ, কলেষ্টেৰ’ল ট্ৰাইগ্লিচাৰাইডৰ দৰে ইউৰিক এচিডৰ সমস্যাত ভোগা লোকৰ সংখ্যা সম্প্ৰতি ব্যাপক হাৰক বৃদ্ধি পাবলৈ ধৰিছে৷ দেহত ইউৰিক এচিডৰ মাত্ৰা বাঢ়িলে বিভিন্ন সমস্যাই দেখা দিবলৈ আৰম্ভ কৰে৷ আচলতে শৰীৰৰ এবিধ বৰ্জ্য পদাৰ্থই হৈছে এই ইউৰিক এচিড৷ পিউৰিণ সমৃদ্ধ খাদ্য

পিঁয়াজ এইদৰে ৰাখিলে বহুদিনলৈ ভালে থাকে

পিঁয়াজ এইদৰে ৰাখিলে বহুদিনলৈ ভালে থাকে

আমিষভোজী সকলৰ ব্যঞ্জনত পিঁয়াজ নহ’লে নহয়৷ পিঁয়াজে যিকোনো ব্যঞ্জন অধিক সু-স্বাদু কৰি তোলে৷ সেয়ে আমিষভোজী পৰিয়ালৰ ৰান্ধনিশালৰ এক অন্যতম উপাদান হৈছে পিঁয়াজ৷ বহুতে কেতিয়াবা পিঁয়াজ বেছিকৈ কিনি থয়৷ বেছিকৈ পিঁয়াজ কিনি ৰাখিলে কেতিয়াবা পচিবলৈ ধৰে৷ বিশেষকৈ বাৰিষা বা গৰমৰ দিনকেইটাত পিঁয়াজ বেছিদিনলৈ ভালে ৰখাটো কষ্টসাধ্য হয়৷ পিছে, পিঁয়াজ বেছিদিনলৈ ভালে

হাঁওফাঁওত হ’ব পৰা সংক্ৰমণ ৰোধৰ বাবে এইখিনি কৰক…

হাঁওফাঁওত হ’ব পৰা সংক্ৰমণ ৰোধৰ বাবে এইখিনি কৰক…

বতাহত মিহলি হৈ থকা ধূলিকণাৰ পৰা হাঁওফাঁওৰ মাৰাত্মক ক্ষতি হয়৷ এনে ধৰণৰ ধূলিকণাৰ পৰাই হাঁওফাঁওত গুৰুতৰ সমস্যাৰ সৃষ্টি হয়৷ এনেদৰে ধূলিকণাৰ লগতে অন্য কাৰণত হোৱা সংক্ৰমণ প্ৰতিৰোধৰ বাবে প্ৰাকৃতিকভাৱে ব্যৱস্থা গ্ৰহণ কৰিব পাৰি৷ এই ব্যৱস্থাৰ জৰিয়তে হাওঁফাওঁক পৰিষ্কাৰ কৰিও ৰাখিব পাৰি– গ্ৰীণ টীঃ গ্ৰীণ টীত আছে প্ৰচুৰ পৰিমাণে এণ্টিঅক্সিডেণ্ট৷ নিয়মীয়াকৈ

গোসাঁইগাঁৱত কাৰ্য্যবাহী সদস্য উইলচন হাসদাৰ অস্থায়ী কাৰ্য্যালয় মুকলি

গোসাঁইগাঁৱত কাৰ্য্যবাহী সদস্য উইলচন হাসদাৰ অস্থায়ী কাৰ্য্যালয় মুকলি

বিটিচি বাসীলৈ প্ৰমোদ ব্ৰহ্মৰ দূৰ্গোৎসৱৰ শুভেচ্ছা বাৰ্তা… বিটিচি’ৰ কাৰ্য্যবাহী সদস্য উইলচন হাসদাৰ গোসাঁইগাঁও সদৰ চদৰত স্থাপন কৰা অস্থায়ী কাৰ্য্যালয় আজি শুভ উদ্বোধন কৰে বিটিচি’ৰ মূখ্য কাৰ্য্যবাহী সদস্য প্ৰমোদ বড়োৱে ৷ কাৰ্য্যালয়টোৰ মুল দ্বাৰ উদ্বোধন কাৰ্য্যসূচীৰ জৰিয়তে বড়োৱে গোসাঁইগাঁও বাসী ৰাইজলৈ শাৰদীয় দূৰ্গা পূজাৰ শুভেচ্ছ জ্ঞাপন কৰে ৷ তেওঁ সকলৰে মনত