Year: 2023

দুলীয়াজানত অইল ইণ্ডিয়া লিমিটেডৰ তৈলখাদত ভয়ংকৰ বিস্ফোৰণ

দুলীয়াজানত অইল ইণ্ডিয়া লিমিটেডৰ তৈলখাদত ভয়ংকৰ বিস্ফোৰণ

🔴দুলীয়াজানত অইল ইণ্ডিয়া লিমিটেডৰ তৈলখাদত ভয়ংকৰ বিস্ফোৰণ🔴অহৰহ গতিত নিৰ্গমন হৈছে প্ৰাকৃতিক গেছ🔴ঘটনাক কেন্দ্ৰ কৰি অঞ্চলবাসীৰ মাজত তীব্ৰ আতংক🔴অইলৰ ৬৭ নম্বৰ তৈলখাদত সংঘটিত এই ঘটনা

সাময়িকভাৱে স্থগিত ISROৰ গগনযানৰ পৰীক্ষণমূলক উৎক্ষেপণ

সাময়িকভাৱে স্থগিত ISROৰ গগনযানৰ পৰীক্ষণমূলক উৎক্ষেপণ

🔴সাময়িকভাৱে স্থগিত ISROৰ গগনযানৰ পৰীক্ষণমূলক উৎক্ষেপণ🔴কাৰিকৰীগত কাৰণত বাতিল উৎক্ষেপণৰ পৰীক্ষণ🔴এই কথা জনালে ইছৰোৰ মুৰব্বী এছ সোমনাথে

ৰঙিয়াত ৯০ কেজি গাঞ্জা জব্দ

ৰঙিয়াত ৯০ কেজি গাঞ্জা জব্দ

🔴ৰঙিয়াত ৯০ কেজি গাঞ্জা জব্দ🔴হুণ্ডাই i20 বাহন এখনৰ পৰা উদ্ধাৰ গাঞ্জাখিনি🔴গাঞ্জাখিনিৰ বজাৰ মূল্য প্ৰায় ১০ লাখ টকা🔴ওদালগুৰিৰ পৰা হাজো অভিমুখে আহিছিল বাহনখন🔴আৰক্ষীৰ উমান পাই বাহনখন দুৰ্ঘটনা কৰি পলায়ন সৰবৰাহকাৰীৰ

মুকলিৰ এদিন পিছতেই শ্ৰদ্ধাঞ্জলি উৰণসেতুত নিশা দুৰ্ঘটনা

মুকলিৰ এদিন পিছতেই শ্ৰদ্ধাঞ্জলি উৰণসেতুত নিশা দুৰ্ঘটনা

🔴মুকলিৰ এদিন পিছতেই শ্ৰদ্ধাঞ্জলি উৰণসেতুত নিশা দুৰ্ঘটনা🔴গীতানগৰ সংযোগী পইণ্টৰ অসমৰ মানচিত্ৰৰ স্মাৰকত খুন্দা🔴দুৰ্ঘটনাত অসমৰ মানচিত্ৰৰ স্মাৰকটো ক্ষতিগ্ৰস্ত🔴উদ্যানখনৰ ৰেলিঙৰ লগতে পকী অংশৰো ক্ষতিসাধন🔴চানমাৰিৰ দিশৰ পৰা আহিছিল তীব্ৰবেগী বাহনখন🔴সুৰামত্ত অৱস্থাত আছিল বাহনখনৰ চালক🔴ঘটনাস্থলীৰ পৰা সুৰামত্ত চালকজনক আটক🔴দুৰ্ঘটনা সংঘটিত কৰা বাহনৰ চালকজন হিমাচল প্ৰদেশৰ🔴বাহনখনত থকা আন এজন আৰোহীকো আটক আৰক্ষীৰ🔴দুৰ্ঘটনাত আহত এগৰাকী গৃহৰক্ষী

মহাষ্টমীৰ পৰাই ঘূৰিব ভাগ্যৰ চকৰি; এই ৰাশিৰ জাতক-জাতিকাৰ ফুলিব কপাল!

মহাষ্টমীৰ পৰাই ঘূৰিব ভাগ্যৰ চকৰি; এই ৰাশিৰ জাতক-জাতিকাৰ ফুলিব কপাল!

মহাষ্টমীৰ পৰাই ঘূৰিব ভাগ্যৰ চকৰি, জীৱনৰ প্ৰতিটো ক্ষেত্ৰতে উন্নতি কৰিব জাতক-জাতিকাসকলে।   বৰ্তমান সমগ্ৰ দেশতে চলি আছে নৱৰাত্ৰি পূজা। শাৰদীয় শুক্লা পঞ্চমী তিথিৰ পৰা আৰম্ভ হৈছে মাতৃ পূজা ৷ পৰম্পৰাগত ধৰ্মীয় লোকসকলে এই উৎসৱটো অতি ধুমধামেৰে উদযাপন কৰিছে ইয়াক দুৰ্গাষ্টমী বা মহাষ্টমী বুলি কোৱা হয় ৷ বিশ্বাস কৰা হয় যে