Year: 2023

কিমান ভয়ংকৰ হ’ব পাৰে পৰকীয়া প্ৰেম ?

কিমান ভয়ংকৰ হ’ব পাৰে পৰকীয়া প্ৰেম ?

পৰকীয়া প্ৰেমৰ বাবে ৰাজ্যত সঘনাই সৃষ্টি হোৱা অপৰাধৰ ঘটনাই বাতৰিৰ শিৰোনাম দখল কৰি আহিছে । দেশত এতিয়াই পৰকীয়া প্ৰেমক লৈ সৃষ্টি হোৱা কেতবোৰ ঘটনাই চিন্তিত কৰি তুলিছে সকলোকে । পুনৰ পৰকীয়া প্ৰেমে কাল হ’ল এজন যুৱকৰ বাবে। পৰকীয়া প্ৰেমৰ ঘটনাৰ বাবে স্বামী আৰু সন্তানক এৰিলে পত্নীয়ে। পুনৰ নাৰী সমাজক লজ্জানত

ছয়মাইলত ৬০ হাজাৰ য়াবা টেবলেটসহ তিনি সৰবৰাহকাৰীক গ্ৰেপ্তাৰ..

ছয়মাইলত ৬০ হাজাৰ য়াবা টেবলেটসহ তিনি সৰবৰাহকাৰীক গ্ৰেপ্তাৰ..

ড্রাগ্ছ সৰবৰাহকাৰীৰ বিৰুদ্ধে এছটিএফে ধাৰাবাহিকভাৱে অভিযান চলাই আহিছে৷ কালি গুৱাহাটী ষ্টেচনৰ পৰা ড্রাগ্ছসহ এছটিএফৰ এটা দলে ১২ সৰবৰাহকাৰীক গ্রেপ্তাৰ কৰাৰ পিছত আজি পুনৰ ডিআইজি পার্থসাৰথি মহন্তৰ নেতৃত্বত এছটিএফৰ দলে অভিযান চলাই ছয়মাইলৰ ভিআইপি ৰোডস্থিত ৰহমান হাস্পতালৰ সমীপৰ পৰা বুজন পৰিমাণৰ য়াবা টেবলেট জব্দ কৰাৰ লগতে তিনি সৰবৰাহকাৰীক গ্রেপ্তাৰ কৰে৷ ধৃত

নগাঁৱৰ বালিজুৰিত আন্ত:ৰাষ্ট্ৰীয় দৰিদ্ৰতা নিৰ্মূলকৰণ দিৱস উদযাপন

নগাঁৱৰ বালিজুৰিত আন্ত:ৰাষ্ট্ৰীয় দৰিদ্ৰতা নিৰ্মূলকৰণ দিৱস উদযাপন

নিউজ ব্যুৰ’,নগাঁও,১৭ অক্টোবৰ: আন্ত:ৰাষ্ট্ৰীয় দৰিদ্ৰতা নিৰ্মূলকৰণ দিৱসৰ লগত সংগতি ৰাখি মংগলবাৰে বস্ত্ৰভৰাঁল,নগাঁও আৰু মহাপুৰুষ শ্ৰীমন্ত শঙ্কৰদেৱ বিশ্ববিদ্যালয়ৰ অৰ্থনীতি আৰু বাণিজ্য বিভাগৰ উদ্যোগত বালিজুৰি ৭ নম্বৰ,চাপানলাত এক বস্ত্ৰ বিতৰণ তথা সজাগতামূলক অনুষ্ঠান সম্পন্ন হৈ যায়। বস্ত্ৰভৰাঁলৰ হৈ বিৰিঞ্চি কুমাৰ বৰাই আৰম্ভ কৰা অনুষ্ঠানটিত উপস্থিত থাকে শিশু সাহিত্যিক তথা সামাজিক সংগঠক দুলাল

নগাঁও আৰক্ষীৰ জালত দুই কুখ্যাত ডকাইত…

নগাঁও আৰক্ষীৰ জালত দুই কুখ্যাত ডকাইত…

ধৃত দুই ডকাইতৰ নাম মইনুল হক আৰু নৱাজ উদ্দীন। মইনুল হকৰ বাসগৃহৰ মাটিৰ তলত পুতি থোৱা অৱস্থাৰ পৰা আৰক্ষীয়ে উদ্ধাৰ কৰিছে সোণৰ আ-অলংকাৰ। নিশা নগাঁও আৰক্ষীয়ে ছোট হয়বৰগাঁওত চলাইছিল এই অভিযান। আনটো ডকাইত নৱাজ উদ্দীনক আৰক্ষীয়ে গুৱাহাটীৰ পৰা গ্ৰেপ্তাৰ কৰিছে। নৱাজ উদ্দীন পেছাত এজন গাড়ী চালক বুলি জানিব পৰা গৈছিল।