Year: 2023

মিছ ৱৰ্ল্ড প্ৰতিযোগিতাৰ ফাইনেলিষ্ট ছেৰিকা দি আৰ্মাছৰ অকাল বিয়োগ..

মিছ ৱৰ্ল্ড প্ৰতিযোগিতাৰ ফাইনেলিষ্ট ছেৰিকা দি আৰ্মাছৰ অকাল বিয়োগ..

মাত্ৰ ২৬ বছৰ বয়সতে কৰ্কট ৰোগত আক্ৰান্ত হৈ মৃত্যু ঘটিল উৰুগুৱেৰ সুন্দৰী যুৱতীগৰাকীৰ। ২০১৫ চনত চীনত অনুষ্ঠিত মিছ ৱৰ্ল্ড প্ৰতিযোগিতাত অংশ লৈছিল আৰ্মাছে। মিছ ৱৰ্ল্ডৰ ইতিহাসত ১৮ বছৰতকৈ কম বয়সত প্ৰতিদ্বন্দিতা কৰা ছগৰাকী সুন্দৰীৰ এগৰাকী আছিল আৰ্মাছ।

ৰাজ্যৰ পূজা সমিতিলৈ ধন আগবঢ়াব চৰকাৰে

ৰাজ্যৰ পূজা সমিতিলৈ ধন আগবঢ়াব চৰকাৰে

৩ বছৰ পুৰণি পূজা সমিতিসমূহক সহায় কৰিব চৰকাৰে। অকল বিহু-পূজাই নহয়, ৰাস, কৰম পূজা সমিতিকো ধন আগবঢ়াব চৰকাৰে। পুনৰ বাৰ চান্দা সংস্কৃতিৰ বিৰুদ্ধে মন্তব্য কৰি মুখ্যমন্ত্ৰীয়ে ক’লে সনাতনী কৃষ্টি পালন কৰিবলৈ মাৰোৱাৰীৰ পৰা চান্দা নল’ব।

ডবকাত বলাৎকাৰত অভিযুক্ত চাৰিজনক গ্ৰেপ্তাৰ…

ডবকাত বলাৎকাৰত অভিযুক্ত চাৰিজনক গ্ৰেপ্তাৰ…

হোজাই জিলাৰ ডবকাৰ সমীপৱৰ্তী বুঢ়ীগংগা বনভোজস্থলীত দলবদ্ধ বলাৎকাৰ কাণ্ডৰ স’তে জড়িত আন চাৰি অভিযুক্তক আৰক্ষীয়ে আটক কৰিবলৈ সক্ষম হয়। উল্লেখ্য যে যোৱা দহ অক্টোবৰত এগৰাকী যুৱতী প্ৰেমিকৰ সৈতে ফুৰিবলৈ গৈছিল মনোৰম বুঢ়ীগংগালৈ৷ বুঢ়ীগংগাৰ নৈসৰ্গিক পৰিৱেশৰ আনন্দ উপভোগ কৰি থকাৰ সময়ত পাঁচজনীয়া এটা লম্পটৰ দলে প্ৰেমিকক আবদ্ধ কৰি যুৱতীগৰাকীক হাবিৰ মাজলৈ

বিশ্বৰ সবাতোকৈ ধুনীয়া হাতৰ আখৰৰ অধিকাৰী কোন?

বিশ্বৰ সবাতোকৈ ধুনীয়া হাতৰ আখৰৰ অধিকাৰী কোন?

অষ্টম শ্ৰেণীৰ ছাত্ৰী প্ৰকৃতি মাল্লাই ২০২০ বৰ্ষত সকলোৰে দৃষ্টি কাঢ়িছিল। প্ৰথমে জন্মস্থান নেপালত ব্যাপক চৰ্চা হৈছিল, লগে লগে নেপাল চৰকাৰে ছাত্ৰীগৰাকীক বঁটা প্ৰদান কৰিছিল। ইয়াৰ পিছতে ছ’চিয়েল মিডিয়া প্লেটফৰ্মত বিশ্বজুৰি ভাইৰেল হৈ পৰিছে ছাত্ৰীগৰাকীৰ হস্তাক্ষৰ। ফেচবুক আৰু টুইটাৰ ব্যৱহাৰকাৰীসকলৰ দ্বাৰা ভাইৰেল হোৱা মাল্লাই লিখা এটা পৃষ্ঠাত উল্লেখ আছিল যে “শিশু

মা দুৰ্গাৰ প্ৰতিমাত কিয় ব্যৱহাৰ কৰা হয় পতিতালয়ৰ মাটি?

মা দুৰ্গাৰ প্ৰতিমাত কিয় ব্যৱহাৰ কৰা হয় পতিতালয়ৰ মাটি?

সমাগত দুৰ্গা পূজা। শাৰদীয় দুৰ্গোৎসৱলৈ মাজত মাথো ২টা দিন। দুৰ্গা পূজা বুলি ক’লেই ভক্তগণৰ হৃদয়ত খলকনি উঠে। দুৰ্গা পূজাৰ প্ৰাকক্ষণত দুৰ্গা পূজাৰ আয়োজক সমিতিসকলো ব্যস্ত হৈ পৰিছে। শিল্পীসকলে দুৰ্গা মাৰ প্ৰতিমা নিৰ্মাণৰ কামো শেষ কৰিছে। আপুনি বাৰু জানেনে দুৰ্গা মাৰ প্ৰতিমা নিৰ্মাণ কৰোতে ব্যৱহাৰ কৰা হয় পতিতালয়ৰ মাটি। কিন্তু আপুনি