Year: 2023

পেলেষ্টাইনক সমৰ্থন কৰি পোষ্ট! আটক এজন যুৱক..

পেলেষ্টাইনক সমৰ্থন কৰি পোষ্ট! আটক এজন যুৱক..

পেলেষ্টানক সমৰ্থিত পোষ্ট কৰাৰ বাবে আটক এজন যুৱক। হোৱাটছএপত পেলেষ্টাইনক সমৰ্থন কৰি ষ্টেটাচ দিয়া বাবে কৰ্নাটকৰ বিজয়নগৰ আৰক্ষীয়ে আটক কৰে আলম পাশা নামৰ ২০ বছৰীয়া যুৱকগৰাকীক। আৰক্ষীয়ে তথ্য লাভ কৰিছিল যে, মুছলিম সংখ্যাগৰিষ্ঠতা অঞ্চলটোৰ লোকসকলে ইজৰাইল-পেলেষ্টাইনৰ যুদ্ধৰ সময়ত পেলেষ্টাইনক সমৰ্থন কৰিছিল। ইয়াৰ লগতে যুৱকজনে ৰাষ্ট্ৰ বিৰোধী ভিডিঅ’ আপলোড কৰিছিল। ইয়াৰ

Media Conclave at Modern English School, Kahilipara

Media Conclave at Modern English School, Kahilipara

Discusses evolving landscape of media reporting and its impact on the society. October 15, 2023; Guwahati: Modern English School, Kahilipara, Guwahati conducted its 1st MEDIA CONCLAVE on 14 October with the aim to explore and discuss the evolving landscape of media reporting and its impact on society. Media personalities of

সুৰামত্ত স্বামীয়ে চোকা অস্ত্ৰৰে হত্যা কৰিলে পত্নীক..

সুৰামত্ত স্বামীয়ে চোকা অস্ত্ৰৰে হত্যা কৰিলে পত্নীক..

শনিবাৰে নিশা চতিয়াত সংঘটিত হৈছে এক নৃশংস হত্যাকাণ্ড। উত্তৰ চতিয়াৰ দয়না পুখুৰী গাৱঁত সংঘটিত হৈছে এই হত্যাকাণ্ড। সুৰামত্ত স্বামীয়ে চোকা অস্ত্ৰৰে আঘাত কৰি হত্যা কৰে পত্নীক। নিহত মহিলা গৰাকী ৰীতা স্বৰ্গীয়াৰী বুলি জানিব পৰা গৈছে। হত্যাৰ প্ৰকৃত কাৰণ বৰ্তমানলৈ জানিব পৰা হোৱা নাই যদিও পাৰিবাৰিক কন্দলৰ বাবেই এই হত্যাকাণ্ড সংঘটিত

খেলি থকা অৱস্থাতেই পুখুৰীত পৰি সলিল সমাধি ১০ বছৰীয়া শিশুৰ…

খেলি থকা অৱস্থাতেই পুখুৰীত পৰি সলিল সমাধি ১০ বছৰীয়া শিশুৰ…

ধুবুৰী ৰেলৱে ষ্টেচনৰ কাষত সংঘটিত হৈছে এক মৰ্মান্তিক ঘটনা। খেলি থকা অৱস্থাত পুখুৰীত পৰি অকাল মৃত্যুক সাৱটিলে এটি ১০ বছৰীয়া কণমাণি শিশুৱে। পৰিয়ালৰ লোকে জানিবলৈ দিয়া মতে শনিবাৰে আবেলি ৪ বজাৰ পৰা সন্ধানহীন হৈ আছিল কনমণি শিশুটি। পৰৱৰ্তী সময়ত ধুবুৰী ৰেলৱে ষ্টেচনৰ কাষৰ পুখুৰীৰ সন্মুখত শিশুটিক প্ৰত্যক্ষ কৰা বুলি প্ৰত্যক্ষদৰ্শীয়ে

বিধানসভা নিৰ্বাচনৰ প্ৰথমখন প্ৰাৰ্থী তালিকা প্ৰকাশ কংগ্ৰেছ দলৰ…

বিধানসভা নিৰ্বাচনৰ প্ৰথমখন প্ৰাৰ্থী তালিকা প্ৰকাশ কংগ্ৰেছ দলৰ…

৫খন ৰাজ্যৰ বিধানসভাৰ নিৰ্বাচন । এইবছৰতে দেশৰ অনুষ্ঠিত হ’ব ৫ খন ৰাজ্যৰ বিধানসভাৰ নিৰ্বাচন । এই বছৰতে তেলেংগানা, ছত্তীশগড়, ৰাজস্থান, মধ্য প্ৰদেশ আৰু মিজোৰামত অনুষ্ঠিত হ’ব নিৰ্বাচন। আগন্তুক বিধানসভাৰ নিৰ্বাচনৰ লৈ ইতিমধ্যে শাসক,বিৰোধীয়ে নিৰ্বাচনী প্ৰস্ততি আৰম্ভ কৰিছে । দেওবাৰে কংগ্ৰেছ দলে মধ্যপ্ৰদেশ, ছত্তীশগড় আৰু তেলেংগানা বিধানসভা নিৰ্বাচনৰ বাবে দলৰ প্ৰথমখন