মহানগৰীত আৰক্ষীৰ জালত পৰিল দুই গভাইত চিলনী চোৰ। কেইদিনমান পূৰ্বে মহানগৰীৰ ৰাজগড়ত মাৰণাস্ত্র দেখুৱাই অধিবক্তা মমিতা বৰাৰ পৰা চেইন কাঢ়ি নিছিল দুই চিলনী চোৰে। অৱশেষত মঙলবাৰে চানমাৰি আৰক্ষীৰ জালত পৰে
Year: 2023
ৰাজ্যৰ হাইস্কুল আৰু উচ্চতৰ মাধ্যমিক বিদ্যালয়ত কৰ্মৰত হৈ থকা কে’বা শতাধিক কম্পিউটাৰ শিক্ষকে তেওঁলোকৰ চাকৰি নিয়মীয়াকৰণৰ দাবীত সোমবাৰৰ পৰা অব্যাহত ৰখা অৱস্থান ধৰ্মঘট কাৰ্যসূচী আজি দ্বিতীয় দিনাও ৰূপায়ণ কৰে শিক্ষকসকলে
বঙাইগাঁও জিলাৰ লেংটিছিঙাৰ ৰাজীৱ গান্ধী মেমৰীয়াল কলেজৰ ৩১ সংখ্যক প্ৰতিষ্ঠা দিৱস বুধবাৰে দিনযোৰা বিভিন্ন কাৰ্যসূচীৰে উদযাপন কৰা হয়। কাৰ্যসূচী অনুসৰি ৰাতিপুৱা ৭-৩০ বজাত সহকাৰী অধ্যাপক ড০ ফজৰ আলীৰ পৰিচালনাত ছাফাই
মহিলাৰ ১৯ বছৰ অনূৰ্দ্ধ এদিনীয়া ক্ৰিকেটত অসমে প্ৰথম দুয়োখন মেচতে জয়লাভ কৰিছে । অন্ধ্ৰপ্ৰদেশৰ ভিজিয়ানগৰমত ৮ অক্টোবৰ, দেওবাৰে প্ৰথম মেচত অসমে বিহাৰক ৭ উইকেটত পৰাস্ত কৰাৰ পাছত মঙলবাৰে মিজোৰামক ৭৮
🔴 যুদ্ধ পৰিস্থিতিৰ মাজতে ইজৰাইলত আৱদ্ধ শোণিতপুৰৰ ঠেলামৰাৰ এগৰাকী নাৰ্ছ।🔴 কৰ্মসূত্ৰে ইজৰাইলৰ তেল আভিভত আছে ভাৰতী শিৱকোটি নামৰ নাৰ্ছ গৰাকী।🔴 হঠাতে যুদ্ধ পৰিস্থিতি উদ্ভৱ হোৱাত উদ্বিগ্ন নাৰ্ছগৰাকী। উদ্বিগ্ন ঠেলামৰাৰ গৰুডুবাত