যোৱানিশাৰ পৰা ধুবুৰীকে ধৰি সমগ্ৰ জিলাখনত আৰম্ভ হৈছে আৰক্ষীৰ বাল্য বিবাহৰ বিৰূদ্ধে অভিযান। ধুবুৰী আৰক্ষীৰ শীৰ্ষ মহলে বৰ্তমানলৈ আনুষ্ঠানিকভাবে একো নজনালেও জিলাখনৰ আটখন থানা এলেকাত বাল্য বিবাহ বিৰোধী অভিযানত শতাধিক লোক আটক হোৱা বুলি প্ৰকাশ। জানিব পৰা মতে, ধুবুৰী সদৰ থানা এলেকাৰ পৰা ৩৫গৰাকী, গোলকগঞ্জ থানা এলেকাৰ পৰা ৪০গৰাকী, আগমণি
Year: 2023
ৰাজ্যজুৰি অসাংবিধানিক স্বামীৰ বিৰুদ্ধে যোৱানিশাৰে পৰা অভিযান অব্যাহত আছে। যোৱানিশা অভিযান চলাই ভূৰাগাঁও আৰু লাহৰীঘাট আৰক্ষীয়ে ৪জনকৈ অসাংবিধানিক স্বামী গ্ৰেপ্তাৰ কৰে। ভূৰাগাঁও আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা অসাংবিধানিক স্বামী দুজন ক্ৰমে পংকজ মণ্ডল আৰু ৰমেন বিশ্বাস। লাহৰীঘাট আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা অসাংবিধানিক স্বামী দুজন ক্ৰমে আব্দুল ৰহিম আৰু আফতাৰ হুছেইন।
সলনি নহল চৰকাৰী কৰ্মচাৰী মানসিকতা। লগতে সলনি নহল পুলিচৰো এই ভেঁটী খোৱাৰ ধাৰণাবোৰ। আজি পুনৰ উৎকোচ লৈ দুৰ্নীতি নিবাৰকৰ জালত পৰিল আৰক্ষী। আজি গ্ৰেপ্তাৰ হৈছে হাইলাকান্দিৰ আব্দুল্লাপুৰ আৰক্ষী পেট্ৰ’ল পোষ্টৰ এএছআই হিতেশ নাথ। উল্লেখ্য যে দুটা পক্ষৰ মাজত বিবাদ নিষ্পত্তিৰ বাবে ১০,০০০ টকা উৎকোচ লৈছিল পুলিচ বিষয়াগৰাকীয়ে।
গোসাইগাঁৱত আৰক্ষীৰ অভিযানত আঠ অবৈধ স্বামীক আটক। মহকুমাটোৰ বিভিন্ন এলেকাত যোৱানিশা আৰক্ষীয়ে অভিযান চলাই আটক কৰে আঠগৰাকী স্বামীক। ধৃত লোকসকল মহকুমাটোৰৰ গুৱাবাৰীৰ অৰিদুল হক, জমছেৰ আলী, আব্দুল হক, হাউৰীয়াপেট গাঁৱৰ মহৰুদ্দিন শ্বেখ শাহ আলম শ্বেখ, টকেয়ামাৰী গাঁৱৰ আবিদুল ইছলাম, মুছলমানপাৰা গাঁৱৰ মঃ হানিফ আলী, আৰু কুমগুৰি গাঁৱৰ তমছেৰ আলী।
নগৰবেৰাত আৰক্ষীৰ জালত তিনি অসাংবিধানিক স্বামী, এজন অভিভাৱক আৰু এজনকৈ মুন্সী/জোনাৱ। বাল্য বিবাহৰ সতে জড়িত থকাৰ বাবেই আটক মুঠ পাঁচজনক। যোৱা নিশা নগৰবেৰা আৰক্ষীয়ে বাল্য বিবাহৰ সতে জড়িত থকাৰ অভিযোগত মুঠ পাঁচজনক আটক কৰিবলৈ সক্ষম হয়। আটক কৰাসকল ক্ৰমে মেহেবুল ইছলাম (২২) পিতা-মহিৰুদ্দিন, ছাজাহান আলী (২২), পিতাঃ প্ৰয়াত ৰশ্চিদ আলী,