ব্যৱসায়ীক চহৰ তিনিচুকীয়াত সংঘটিত হৈছে এক লোমহৰ্ষক হত্যাকাণ্ড। চহৰখনৰ জনবহুল তথা আভিজাত্য এলেকা হিচাপে পৰিচিত চলিহা নগৰত সংঘটিত হয় এই হত্যাকাণ্ডৰ ঘটনা । জানিব পৰামতে, তোলনীয়া পুত্ৰৰ হাতত অকালতে প্ৰাণ হেৰুৱাবলগা হয় অশ্বিনী দত্ত নামৰ এগৰাকী ষাঠিউৰ্ধৰ ব্যক্তিয়ে । ইয়াকে কেন্দ্ৰ কৰি চহৰখনৰ তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে । তথ্য অনুসৰি,
Year: 2023
বলিউদৰ জনপ্ৰিয় অভিনেতা অনিল কাপুৰে অসমীয়া থলুৱা খাদ্যৰ জুতি ল’লে নগাঁৱৰ ৰিফ্ৰেছক’ ৰিজ’ৰ্টত। পৰিদৰ্শন কৰিলে চিনেমা হল। অতি সংগোপনে নগাঁৱত উপস্থিত হৈ নগাঁৱৰ পৰা কাজিৰঙালৈ গ’ল জনপ্ৰিয় অভিনেতা গৰাকী। অসমৰ ৰাইজে এনিমেল ছবি চাই কেনেকুৱা পাইছে সেই বিষয়েও জানিব বিচাৰিলে অভিনেতা গৰাকীয়ে। অনিল কাপুৰক কাষত পাই আনন্দত আত্মহাৰা হৈ পৰিল
In a remarkable display of commitment to the progress of state, Chief Minister Dr. Himanta Biswa Sarma graced the ongoing Viksit Bharat Sankalp Yatra (VBSY) programme at Habrubari in Kokrajhar today. The event was also attended by Sri. Ashok Singhal, Minister of Housing & Urban Affairs and Irrigation and Sri
Barpeta: Howly National Science Academy proudly announces the outstanding achievement of Arif Ali, a High School 2nd-year science stream student from the batch 2022-24. Arif has secured the 2nd position statewide at the Physics Olympiad 2023 with scoring 88% organized by the Assam Physical Society. In addition to this statewide
নিউজ ব্যুৰ’,নগাঁও,২০ডিচেম্বৰ:–নগাঁও জিলাৰ কলিয়াবৰৰ মিছা সেনা শিবিৰ চৌহদত অৱস্থিত পি এম শ্ৰী কেন্দ্ৰীয় বিদ্যালয়ত বুধবাৰে ককা-আইতা দিৱসৰ উদযাপন কৰা হয়। অনুষ্ঠানত বিদ্যালয়ৰ প্ৰাথমিক বিভাগৰ সকলো ছাত্ৰ-ছাত্ৰীৰ ককা-আইতাই কাৰ্যসূচীত উৎসাহেৰে অংশগ্ৰহণ কৰে। এই উপলক্ষে বিদ্যালয়ত এক বৰ্ণাঢ্য সাংস্কৃতিক অনুষ্ঠানৰ আয়োজন কৰা হয়। অনুষ্ঠানত উপস্থিত ককা-আইতাসকলে নিজৰ শৈশৱৰ দিন স্মৰণ কৰিবলৈ বিদ্যালয়ৰ