এছিয়ান গেমছত আন এগৰাকী ভাৰতীয় খেলুৱৈয়ে লাভ কৰিলে ৰূপৰ পদক । ভাৰতীয় ৰেচাৰ জ্যোতি য়াৰাজীয়ে লাভ কৰিলে ৰূপৰ পদক । প্ৰতিযোগিতাটোত প্ৰথমে তেওঁক অযোগ্য ঘোষণা কৰা হৈছিল । তাৰ পাছত দৌৰিবলৈ অনুমতি দিয়া হয় আৰু অৱশেষত তেওঁ তৃতীয় স্থান লাভ কৰে । এছিয়ান গেমছত মহিলাৰ ১০০ মিটাৰ হৰ্ডলছ দৌৰৰ সময়ত
Year: 2023
চৰ্চাত অনুষ্কা শৰ্মা আৰু ভাৰতীয় বেটছমেন বিৰাট কোহলী । সংবাদ মাধ্যমৰ খবৰ অনুসৰি দ্বিতীয়বাৰৰ গৰ্ভধাৰণ কৰিছে অনুষ্কাই ৷ এতিয়া শেহতীয়াকৈ ক্ৰিকেট বিশ্বকাপ ২০২৩ৰ বাবে গুৱাহাটীলৈ অহা বিৰাট কোহলীয়ে জৰুৰীকালীন অৱস্থাৰ বাবে অনুষ্কা শৰ্মাক লগ কৰিবলৈ মুম্বাইলৈ উভতি গ’ল । ভাৰতীয় ক্ৰিকেট দলৰ প্ৰাক্তন অধিনায়ক বিৰাট কোহলী আৰু অভিনেত্ৰী অনুষ্কা শৰ্মা
তেওঁলোকৰ APSC পৰীক্ষাৰ উত্তৰবহী পৰীক্ষণৰ বাবে পঠোৱা হ’ব ফৰেণচিকলৈ দোষী সাব্যস্ত হলে সন্মুখীন হব লাগিব কঠোৰতকৈ কঠোৰতম ব্যৱস্থাৰ মন্তব্য মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ
মানুহৰ প্ৰিয় খাদ্যসমূহৰ ভিতৰত অন্যতম হ’ল মাছ৷ একাধিক গৱেষণাত প্ৰমাণ হৈছে যে স্মৃতিশক্তি আৰু মস্তিষ্কৰ পুষ্টি বৃদ্ধিত মাছৰ উল্লেখযোগ্য ভূমিকা আছে৷ বিশেষকৈ তৈলাক্ত মাছত থকা অমেগা থ্ৰি ফেট এছিদ আমাৰ শৰীৰৰ বাবে অত্যন্ত উপযোগী৷ আমেৰিকাৰ নেছনেল ইনষ্টিটিউট অব হেল্থৰ পুষ্টি বিশেষজ্ঞসকলৰ মতে– যিয়ে সপ্তাহত তিনিদিন বা তাৰ বেছি মাছ খায়
হাৰ্ট এটেক এটা অতি বিপজ্জনক ৰোগ৷ উপযুক্ত সময়ত চিকিৎসা নাপালে এই ৰোগত আক্ৰান্ত লোকৰ মৃত্যু প্ৰায় নিশ্চিত৷ পিছে এই ভয়ংকৰ ৰোগ হোৱাৰ প্ৰায় এমাহ পূৰ্বে দেহত কেতবোৰ লক্ষণ দেখা দিবলৈ আৰম্ভ কৰে৷ হাৰ্ট এটেকৰ পূৰ্বে পাঁচটা বিশেষ লক্ষণে দেখা দিয়ে৷ এনে লক্ষণে দেখা দিলে তাৎক্ষণিকভাৱে বিশেষজ্ঞ চিকিৎসকৰ পৰামৰ্শ ল’ব লাগে৷