Year: 2023

হেডফোনৰ অত্যাধিক ব্যৱহাৰে বিপদ আনিব পাৰে..

হেডফোনৰ অত্যাধিক ব্যৱহাৰে বিপদ আনিব পাৰে..

ম’বাইল ফোনত কথা পতা, গান শুনা অথবা ভিডিঅ’ চোৱাৰ সময়ত হেডফোন ব্যৱহাৰ কৰাটো প্ৰায় সকলোৰে অভ্যাস হৈ পৰিছে৷ ম’বাইল সৈতে হেডফোনৰ ব্যৱহাৰ নিৰাপদ৷ কিন্তু একাংশ লোক আছে যিসকলে অনবৰতে হেডফোনটো কাণত গুজি ৰাখে৷ এই অভ্যাস অতি মাৰাত্মক৷ এনে বদ অভ্যাসে মাতি আনিব পাৰে ভয়ংকৰ বিপদ৷ হেডফোনৰ অত্যধিক ব্যৱহাৰে কাণৰ ক্ষতি

৩ অক্টোবৰৰ পৰা বাধ্যতামূলক শিক্ষাসেতু পোৰ্টেল; নগাঁও হাইলাকান্দি অতি বেমেজালি জিলা…

৩ অক্টোবৰৰ পৰা বাধ্যতামূলক শিক্ষাসেতু পোৰ্টেল; নগাঁও হাইলাকান্দি অতি বেমেজালি জিলা…

৩ অক্টোবৰৰ পৰা ৰাজ্যৰ শিক্ষানুষ্ঠানত বাধ্যতামূলক হব শিক্ষাসেতু পোৰ্টেল। এই বিষয়ে ঘোষনা কৰে শিক্ষা মন্ত্ৰী ডাঃ ৰণোজ পেগুৱে। মন্ত্ৰী পেগুৱে সদৰি কৰামতে ৰাজ্যখনত বেমেজালিৰ সৃষ্টি কৰা জিলা দুখন হৈছে নগাঁও আৰু হাইলাকান্দি। বিভাগে অতি কঠোৰ ভাবে নিৰীক্ষণ কৰি থকা বুলি উল্লেখ কৰি কয় যে বিদ্যালয় সমূহত ” ৪ জিবি” টেবলেট

নগাঁৱৰ কামপুৰত শ্ৰীমন্ত শংকৰদেৱৰ ৫৭৫সংখ্যক আৰ্বিভাৱ মহোৎসৱৰ সামৰণি

নগাঁৱৰ কামপুৰত শ্ৰীমন্ত শংকৰদেৱৰ ৫৭৫সংখ্যক আৰ্বিভাৱ মহোৎসৱৰ সামৰণি

নিউজ ব্যুৰ’,নগাঁও,১অক্টোবৰ:–উত্তৰ-পূব ভাৰতৰ সৰ্ববৃহৎ ধৰ্মীয়,সাহিত্য,সাংস্কৃতিক, আধ্যাত্মিক তথা সামাজিক জাতীয় অনুষ্ঠান শ্ৰীমন্ত শংকৰদেৱ সংঘৰ উদ্যোগত কেন্দ্ৰীয়ভাৱে নগাঁৱৰ কামপুৰ জিলা শাখাৰ আতিথ্যত আৰু কামপুৰৰ ভক্তপ্ৰাণ ৰাইজৰ সহায়-সহযোগত যোৱা ২৯ ছেপ্টেম্বৰৰ পৰা তিনিদিনীয়াকৈ বৰ্ণাঢ্য কাৰ্যসূচীৰে আয়োজন কৰা শ্ৰীমন্ত শংকৰদেৱৰ ৫৭৫ সংখ্যক আৰ্বিভাৱ মহোৎসৱটিৰ ৰবিবাৰে সামৰণি পৰে । ৰবিবাৰে পুৱাৰ ভাগত সেৱা বাহিনীৰ দ্বাৰা পৰিৱেশ

কেমেৰাৰ সমুখত ১২ বছৰীয়া ধৰ্ষিতা কিশোৰীৰ সহায়ভিক্ষা; ৰক্তাক্ত কিশোৰীৰ ক্ৰন্দনত দেশজুৰি তোলপাৰ

কেমেৰাৰ সমুখত ১২ বছৰীয়া ধৰ্ষিতা কিশোৰীৰ সহায়ভিক্ষা; ৰক্তাক্ত কিশোৰীৰ ক্ৰন্দনত দেশজুৰি তোলপাৰ

পুনৰ দেশত সংঘটিত হৈছে এক হৃদয়বিদাৰক ঘটনা৷অৰ্ধ উলংগ কৰি এগৰাকী কিশোৰীক ধৰ্ষণ কৰাৰ পাছত ৰক্তক্ষৰণ হোৱা এগৰাকী ১২ বছৰীয়া কিশোৰীয়ে ঘৰে ঘৰে গৈ সহায় বিচৰা দৃশ্যই সকলোকে স্তম্ভিত কৰি তুলিছে। মানুহে অসহায় কিশোৰীৰ ফালে চাই থাকিল যদিও সহায় কৰিবলৈ অস্বীকাৰ কৰে। সহায়ৰ বাবে কাষ চাপি অহাৰ সময়ত এজন লোকে তেওঁক

মুঠ ৯০ জন আৰক্ষীলৈ ২০২৩ বৰ্ষৰ আৰক্ষী সঞ্চালক প্ৰধানৰ প্ৰশংসা পদক

মুঠ ৯০ জন আৰক্ষীলৈ ২০২৩ বৰ্ষৰ আৰক্ষী সঞ্চালক প্ৰধানৰ প্ৰশংসা পদক

 অসমৰ মুঠ ৯০ জন আৰক্ষী বিষয়া আৰু আৰক্ষী জোৱানক প্ৰদান কৰা ২০২৩ বৰ্ষৰ আৰক্ষী সঞ্চালক প্ৰধানৰ প্ৰশংসা পদক। ইয়াৰে ৫জনক স্বৰ্ণ প্ৰশংসা পদক আৰু ৮৫ জনক ৰূপৰ প্ৰশংসা পদক প্ৰদান কৰা হয়। নিজৰ কৰ্তৱ্য নিষ্ঠা আৰু সততাৰে পালন কৰাৰ লগতে তেওঁলোকৰ প্ৰসংশীয় কামৰ বাবে তেওঁলোকক প্ৰদান কৰা হয় এই পদক।