২৭ বছৰীয়া এজন সুদৰ্শন যুৱক শৈলেশ চৌহান। বেশভূষাত ভাৰতীয় সেনাৰ ইউনিফৰ্ম পৰিহিত ফটোসহ ফেচবুক প্ৰফাইল। ভাৰতীয় সেনাত কৰ্মৰত বুলিয়ে লিখা আছে শৈলেশ চৌহানৰ ফেচবুক প্ৰফাইলত। এইগৰাকী শৈলেশ কুমাৰেই পৰিল পাকিস্তানী চোৰাংচোৱা সংস্থা ISIৰ সুন্দৰী এজেণ্টৰ হানী ট্ৰেপিঙৰ কৱলত। শৈলেশ চৌহান তেতিয়া অৰুণাচলত কৰ্মৰত। দিনটোৰ কামৰ অন্তত ফেচবুকতে (Facebook) ব্যস্ত থাকে
Year: 2023
শেহতীয়াকৈ কিছুদিন পূৰ্বে এক ঘটনাত গুৱাহাটীৰ এগৰাকী যুৱতীয়ে ছ’চিয়েল মিডিয়াত সম্পাদনা তথা মিছা ছবিৰ অবাধ বিতৰণ আৰু বিক্ৰী সন্দৰ্ভত গুৰুতৰ উদ্বেগ প্ৰকাশ কৰিছিল। কৃত্ৰিম বুদ্ধিমত্তাৰ সহায়ত ফটো আৰু ভিডিঅ’ সম্পাদনা কৰি সেইবোৰক স্পষ্ট যেন দেখুৱাই ধন দাবী কৰাৰ এক অভিযোগ উত্থাপন কৰিছিল যুৱতীগৰাকীয়ে। ব্যক্তিগত ফটো আৰু ডিপফেক ছবি বিক্ৰী কৰিবলৈ
ৰাজ্যবাসীৰ মূৰত পুনৰ মাধমাৰ সোধাবলৈ সাজু হৈছে হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন চৰকাৰ৷ এইবাৰ কৰ সংগ্ৰহৰ বাবে চৰকাৰখনে হাতত লৈছে নতুন কৌশল৷ অসমত ৰাষ্ট্ৰীয় ঘাইপথত থকা টোলগেটৰ সংখ্যাই ৰাষ্ট্ৰীয় প্ৰেক্ষাপটত চৰ্চিত হৈ থকাৰ সময়তে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ আন এক ঘোষণাই চিন্তিত কৰিছে ৰাজ্যবাসীক৷ মুখ্যমন্ত্ৰীৰ এই ঘোষণা হৈছে– শদিয়াৰ পৰা ধুবুৰীলৈ
নিজ জীয়ৰীক ধৰ্ষণ কৰা অভিযোগ ! পিতৃ বাবলু চুতীয়াৰ বিষ্ফোৰক মন্তব্য
এইখন অসমতে সংঘটিত হৈছে এক ভয়ংকৰ ঘটনা। এখন মহাবিদ্যালয়ৰ একাংশ ছাত্ৰীৰ ভাইৰেল হৈছে অশ্লীল ফটো। চাইবাৰ অপৰাধীৰ কবলত মহানগৰীৰ বেলতলা কনিষ্ঠ মহাবিদ্যালয়ৰ ছাত্ৰী। বেলতলা কনিষ্ঠ মহাবিদ্যালয়ৰ ছাত্ৰীসকলক এতিয়া টৰ্গেট কৰিছে অপৰাধী চক্ৰটোৱে। প্ৰায় ৬৩ গৰাকী ছাত্ৰীৰ ফটো সামাজিক মাধ্যমত ভাইৰেল দুষ্ট চক্ৰৰ। হোৱাটছএপ গ্ৰুপৰ পৰা ফটো সংগ্ৰহ কৰি নিৰ্মাণ কৰিছে অশ্লীল