লংকাৰ বামুণগাঁৱত পুৱতিনিশা ভয়ংকৰ পথ দুৰ্ঘটনা। লংকা–লামডিং সংযোগী ২৭নং ৰাষ্ট্ৰীয় ঘাইপথত সংঘটিত হয় এই পথ দুৰ্ঘটনাটো। নিয়ন্ত্ৰণ হেৰুৱাই পথৰ কাষত থকা কালভাৰ্টত প্ৰচণ্ড খুন্দা মাৰে এখন টাটা নেক্সন বাহনে। এই দুৰ্ঘটনাত দুজন লোক থিতাতে নিহত হোৱাৰ লগতে আন দুজন লোক। দুৰ্ঘটনাত পতিত বাহনখনৰ পঞ্জীয়ন নং AS-11W-5800। দুৰ্ঘটনাত নিহত লোক দুজন
Year: 2023
এটা জেঠীৰ বাবে ছীল হ’ল গুৱাহাটীৰ পল্টন বজাৰৰ বিখ্যাত মা কালী হোটেল। আজি গুৱাহাটী পৌৰ নিগমে ছীল কৰি দিয়ে হোটেলখন। প্ৰতিদিনেই গ্ৰাহকেৰে ঠাহ খাই থকা হোটেলখন আজি পৌৰ নিগমৰ দল উপস্থতি হৈ ছীল কৰে।
বৰাক উপত্যকাৰ তিনি জিলা কাছাৰ, কৰিমগঞ্জ আৰু হাইলাকান্দিক লৈ সবল হৈছে পৃথক ৰাজ্য গঠনৰ দাবী। তিনিওখন জিলাক লৈ ‘পূৰ্বাঞ্চল’ (Purvanchal) নামেৰে নতুন ৰাজ্য গঠনৰ দাবী বৰাকৰ বিচ্ছিন্নতাবাদী BDF নেতা প্ৰদীপ দত্ত ৰয়ৰ। সময়ে সময়ে অসম আৰু অসমীয়াৰ বিৰুদ্ধে বিতৰ্কিত আৰু অপমানজনক মন্তব্য কৰি অহা প্ৰদীপ দত্ত ৰয়ে (BDF leader Pradip
মণিপুৰক অশান্ত ৰাজ্য ঘোষণা চৰকাৰৰ। ৬ মাহলৈ সম্প্ৰসাৰিত কৰা হৈছে AFSPA। আইন-শৃংখলা পৰিস্থিতিৰ ওপৰত লক্ষ্য ৰাখি এই সিদ্ধান্ত। ১ অক্টোবৰলৈকে বন্ধ কৰি দিয়া হৈছে ইণ্টাৰনেট সেৱা। বুধবাৰে মণিপুৰ চৰকাৰে ঘোষণা কৰে যে ৰাজ্যখনৰ বৰ্তমানৰ আইন-শৃংখলাৰ পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি আৰু ছমাহৰ বাবে আফছপা বলবৎ থাকিব। শেহতীয়া চৰকাৰী অধিসূচনা অনুসৰি আফছপাৰ
নিউজ ব্যুৰ’,নগাঁও,২৭ছেপ্টেম্বৰ :– মহাপুৰুষ শংকৰদেৱে জনসাধাৰণক সহজতে কৃষ্ণ লীলা মাহাত্ম্য উপলব্ধি আৰু বৈষ্ণৱ ধৰ্মৰ প্ৰতি আকৃষ্ট কৰাৰ উদ্দেশ্যেৰে অংকীয়া নাট ৰচনা কৰিছিল। শংকৰদেৱৰ প্ৰথমখন অংকীয়া নাট “পত্নী প্ৰসাদ”ৰ বিষয়বস্তু আৰু অন্যান্য বৈশিষ্ট্যৰ বাবে আজিও প্ৰাসংগিক । মূলতঃ কৃষ্ণ,বলভদ্ৰ,মিশ্ৰ,চন্দ্ৰ ভাৰতী,ব্ৰাহ্মণ-ব্ৰাহ্মণনীসকল আৰু গোপগণ এই চৰিত্ৰসমূহৰ মাজেৰেই “পত্নীপ্ৰসাদ” নাটখনিৰ কাহিনীভাগ আগুৱাই নিয়া হৈছে