নাজিৰা সংহত শিশু উন্নয়ন প্ৰকল্পৰ অধীনত নাজিৰা নগৰ ৱাৰ্ড চক্ৰৰ উদ্যোগত নাজিৰা আমোলাপট্টি প্ৰাথমিক বিদ্যালয়ত ষষ্ঠ ৰাষ্ট্ৰীয় পোষণ মাহ উদযাপন কৰা হয়। উক্ত অনুষ্ঠানত শিশুৰ স্তনপানৰ উপকাৰিতা,মহিলা আৰু কিশোৰীসকলৰ পুষ্টিহীনতা আদি সন্দৰ্ভত সজাগতা কাৰ্যসূচী অনুষ্ঠিত কৰা হয়।পৰিপূৰক খাদ্য,পুষ্টি বাগিচাৰ প্ৰয়োজনীয়তা আদি বিষয়ত আলোচনা কৰা হয়। এই অনুষ্ঠানৰ লগত সংগতি ৰাখি
Year: 2023
যিকোনো মূহুৰ্ততে ঘটনা সংঘটিত হোৱাৰ আশংকা ..শ্ৰীঘে মেৰামতিৰ দাবী ৰাইজৰ । বিহালী সমষ্টিৰ অন্তৰ্গত বেদেতী বিহমাৰী সংযোগী পকী পথত সৃষ্টি হৈছে এতিয়া প্ৰকাণ্ড গাতৰ.. মৰনফাণ্ডলৈ পৰিনত হোৱা প্ৰকাণ্ড গাতত পৰি যি কোনো মূহুৰ্ততে ঘটিব পাৰে অঘটন.. উল্লেখ্য যে বিগত ছয় মাহ পুৰ্বে সৃষ্টি হোৱা উক্ত প্ৰকাণ্ড গাতটোৰ ক্ষেত্ৰত.. গুৰুত্ব দিয়া
দোতমা হৈ গোসাঁইগাঁও-কোকৰাঝাৰ সংলগ্ন গড়কাপ্তানী পথৰ ভাওৰাগুৰীত গুৰুফেলা নদীৰ ওপৰত থকা দলংখনৰ মাজ ভাগত বৃহৎ আকাৰৰ খালৰ সৃষ্টি হৈছে।প্ৰতিদিনে শ-শ যানবাহন,সহস্ৰাধিক ছাত্র ছাত্ৰী, হেজাৰ হেজাৰ লোক যাতায়ত কৰা সদা ব্যস্ত পথছোৱাৰ দলংখনত এই বৃহৎ আকাৰৰ খালটোৱে যানবাহন, ছাত্র-ছাত্ৰী,পথচাৰীসকলৰ যাতায়তৰ ক্ষেত্ৰত যথেষ্ট অসুবিধাৰ সৃষ্টি হৈছিল।ৰাইজৰ এই সমস্যাৰ প্ৰতি লক্ষ্য কৰি অন্থাইবাৰী
অহা ৮ অক্টোবৰত উদ্বোধন হ’ব আধুনিক যুগৰ সৰ্ববৃহৎ হিন্দু মন্দিৰ । নিউ জাৰ্চীত উদ্বোধন কৰা হ’ব আধুনিক যুগত নিৰ্মাণ হোৱা বিশ্বৰ সৰ্ববৃহৎ হিন্দু মন্দিৰটো । নিউয়ৰ্কৰ টাইমচ স্কোৱেৰৰ পৰা প্ৰায় ৬০ মাইল দক্ষিণে আৰু ৱাশ্বিংটন ডিচিৰ পৰা প্ৰায় ১৮০ মাইল উত্তৰে নিউ জাৰ্চীৰ সৰু অঞ্চল ৰবিন্সভিল টাউনশ্বিপত নিৰ্মাণ কৰা হৈছে
লিখিত পৰীক্ষা ক্লিয়াৰ কৰাৰ পিছত সফল ছাত্ৰ-ছাত্ৰীক সাক্ষাৎকাৰৰ বাবে মাতি অনা হয়। সাক্ষাৎকাৰ গ্ৰহণ কৰাসকলে সাধাৰণ জ্ঞানৰ পৰা আৰম্ভ কৰি বিভিন্ন পাঠ্য বিষয়ৰ লগতে জীৱন সম্পৰ্কীয় প্ৰশ্নসমূহো সুধা আৰম্ভ কৰিছিল যিয়ে বহুতকে আচৰিত কৰি তুলিছিল। কিন্তু ইয়াত আতংকিত হোৱা একো নাই, শীতল মগজুৰে ভাবিলে আপুনিও উত্তৰতো দিব পাৰিব। এতিয়া এনে