Year: 2023

মুকালমুৱাৰ বৰতলাত মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ ৫৭৫ সংখ্যক জন্মজয়ন্তী উদযাপন

মুকালমুৱাৰ বৰতলাত মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ ৫৭৫ সংখ্যক জন্মজয়ন্তী উদযাপন

সামূহিক বন্তি প্ৰজ্বলন অনুষ্ঠানত উপস্থিত প্ৰাগজ্যোতিষ মহাবিদ্যালয় অধ্যক্ষ ডঃ মনোজ কুমাৰ মহন্ত। মুকালমুৱাৰ বৰতলাত মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ ৫৭৫ সংখ্যক জন্মজয়ন্তী উদযাপন কৰা হয়। বৰতলাস্থিত শঙ্কৰদেৱ নামঘৰ প্ৰাঙ্গণত ৬ দিনীয়া কাৰ্যসূচীৰে উদযাপন কৰা হৈছে গুৰুজনাৰ ৫৭৫ সংখ্যক জন্মজয়ন্তী। আজি দ্বিতীয় দিনা সন্ধিয়া সামূহিক বন্তি প্ৰজ্বলনৰ এক কাৰ্যসূচী অনুষ্ঠিত হয়। উক্ত কাৰ্যসূচীত

মুকালমুৱাৰ চান্দাত শোকাৱহ পথ দুৰ্ঘটনা; বাহনৰ খুন্দাত থিতাতে নিহত এজন

মুকালমুৱাৰ চান্দাত শোকাৱহ পথ দুৰ্ঘটনা; বাহনৰ খুন্দাত থিতাতে নিহত এজন

মুকালমুৱাৰ চান্দাত শোকাৱহ পথ দুৰ্ঘটনা।অচিনাক্ত বাহনৰ খুন্দাত থিতাতে নিহত এজন লোক। মুকালমুৱাৰ চান্দাত এক শোকাৱহ পথ দুৰ্ঘটনা সংঘটিত হয়।অচিনাকী বাহনৰ খুন্দাত দুচকীয়া বাহনৰ আৰোহী এজন নিহত হয়।নিহত লোকজনৰ নাম প্ৰাঞ্জল শৰ্মা বুলি জানিব পৰা গৈছে।লোকজনে AS 15 P 8547 নম্বৰৰ এখন দুচকীয়া বাহনত আহি থকা অৱস্থাত এখন অচিনাকী বাহনে খুন্দিয়াই

মুকালমুৱাৰ দৰঙ্গীপাৰাত নিজ পুখুৰীৰ পাৰত উদ্ধাৰ এজন লোকৰ মৃতদেহ

মুকালমুৱাৰ দৰঙ্গীপাৰাত নিজ পুখুৰীৰ পাৰত উদ্ধাৰ এজন লোকৰ মৃতদেহ

■মৃত লোকজন দৰঙ্গীপাৰাৰ প্ৰদীপ কুমাৰ ডেকা(৪৫)।■লোকজনে প্ৰত্যেকদিনাৰ দৰে যোৱা নিশাও নিজৰ পুখুৰী চাৱলৈ গৈছিল আৰু তেতিয়াৰ পৰা নিৰুদ্দেশ হৈ আছিল।■স্থানীয়লোকে ৰাতিপুৱা লোকজনৰ মৃতদেহ তেওঁৰ নিজৰ পুখুৰীৰ পাৰত প্ৰত্যেক্ষ কৰে।■লোকজনৰ মৃত্যুৰ কাৰণ এতিয়ালৈ জানিব পৰা হোৱা নাই।■ঘটনাস্থলীত মুকালমুৱা আৰক্ষী উপস্থিত হয় ।■উল্লেখযোগ্য যে অহা অক্টোবৰ মাহৰ ১৭ তাৰিখে মৃত প্ৰদীপ কুমাৰ

৬০ বছৰীয়া ব্যক্তিয়ে যৌন নিৰ্যাতন চলালে কিশোৰীক! অৱশেষত গ্ৰেপ্তাৰ কৰিলে আৰক্ষীয়ে

৬০ বছৰীয়া ব্যক্তিয়ে যৌন নিৰ্যাতন চলালে কিশোৰীক! অৱশেষত গ্ৰেপ্তাৰ কৰিলে আৰক্ষীয়ে

সোমবাৰে বাসুগাঁও চহৰৰ সমীপৰ বঙাইগাঁও জিলাৰ বিদ্যাপুৰ আৰক্ষী চকীৰ অন্তৰ্গত এখন গাঁৱত জীতেন বৰ্মন নামৰ এগৰাকী ৬০ বছৰীয়া ব্যক্তিৰ বিৰুদ্ধে এজনী ১০ বছৰীয়া ছাত্ৰীক যৌন নিৰ্যাতন চলোৱাৰ ঘটনা পোহৰলৈ আহিছে ।ভুক্তভোগীৰ পৰিয়ালৰ অভিযোগৰ ভিত্তিত বিদ্যাপুৰ আৰক্ষী চকীৰ আৰক্ষীয়ে অভিযুক্ত জীতেন বৰ্মনক তাৰ বাসগৃহৰ পৰা আটক কৰে । অভিযোগ অনুসৰি অভিযুক্ত