Year: 2023

কাছাৰৰ লাইলাপুৰত বিৰল প্ৰজাতিৰ ৭টাকৈ বিদেশী বন্যপ্ৰাণী উদ্ধাৰ

কাছাৰৰ লাইলাপুৰত বিৰল প্ৰজাতিৰ ৭টাকৈ বিদেশী বন্যপ্ৰাণী উদ্ধাৰ

কাছাৰৰ লাইলাপুৰত বিৰল প্ৰজাতিৰ ৭টাকৈ বিদেশী বন্যপ্ৰাণী উদ্ধাৰ। মহিলাসহ আৰক্ষীৰ জালত ৫জনকৈ বন্যপ্ৰাণী সৰবৰাহকাৰী। ধৃত আটাইকেজনৰে ঘৰ চুবুৰীয়া মিজোৰামত। পিঞ্জৰাবদ্ধ অৱস্থাত ৭টাকৈ অষ্ট্ৰলিয়ান প্ৰজাতিৰ বন্যপ্ৰাণী উদ্ধাৰ।

মিজোৰামত অসম ৰাইফলছ, নাৰ্কোটিক্স বিভাগৰ অভিযান

মিজোৰামত অসম ৰাইফলছ, নাৰ্কোটিক্স বিভাগৰ অভিযান

মিজোৰামত অসম ৰাইফলছ, নাৰ্কোটিক্স বিভাগৰ অভিযান। অভিযানত জব্দ ৪.৮২ কোটি টকাৰ হেৰ’ইন। ৪ সৰবৰাহকাৰীক আটক আৰক্ষীৰ। চাম্ফাই জিলাৰ চুংটে আৰু জোটেত চলিছিল অভিযান।

বহিঃৰাজ্যত অসমীয়া যুৱকক হত্যা

বহিঃৰাজ্যত অসমীয়া যুৱকক হত্যা

বহিঃৰাজ্যত অসমীয়া যুৱকক হত্যা। নাগালেণ্ডৰ মনৰ আংচেঙীয়াত উদ্ধাৰ দুই যুৱকৰ মৃতদেহ। অৰ্ধউলংগ অৱস্থাত উদ্ধাৰ সোণাৰিৰ দুই যুৱকৰ ক্ষত-বিক্ষত মৃতদেহ। মৃতদেহ দুটা ললিত নাওহলীয়া, উৎপল তাছাৰ। ২৩ ছেপ্টেম্বৰত যোগাযোগ বিচ্ছিন্ন হৈছিল দুয়োজনৰ। দুয়োকে হত্যা কৰাৰ সন্দেহ সোণাৰিৰ গাড়ী মালিক-চালক সন্থাৰ। ২২ ছেপ্টেম্বৰত নাগালেণ্ডৰ টবুলৈ গৈছিল দুয়ো। দোকানৰ সা-সামগ্ৰী পৰিবহণ কৰি ২৩

যোৰহাটত আৰক্ষীৰ জালত প্ৰৱঞ্চক

যোৰহাটত আৰক্ষীৰ জালত প্ৰৱঞ্চক

যোৰহাটত আৰক্ষীৰ জালত প্ৰৱঞ্চক। গৌৰীসাগৰৰ পৰা অজিত কলিতা নামৰ প্ৰৱঞ্চকক আটক আৰক্ষীৰ। বিধৱা মহিলাক আঁচনি দিয়াৰ নামত প্ৰৱঞ্চনা। আঁচনি দিয়াৰ নামত ২০ হাজাৰ টকা সংগ্ৰহ দালালটোৰ। ইয়াৰোপৰি OTP আহিছে বুলি মোবাইলটো কাঢ়ি লৈ হৈছিল অন্তৰ্ধান। প্ৰায় এমাহৰ অন্তত যোৰহাট আৰক্ষীয়ে আটক কৰে অজিতক। নিজকে পৌৰসভাৰ কৰ্মচাৰী বুলি মহিলাগৰাকীক দিছিল পৰিচয়।

পুনৰ বহিঃৰাজ্যত অসমৰ যুৱকৰ মৃত্যু

পুনৰ বহিঃৰাজ্যত অসমৰ যুৱকৰ মৃত্যু

পুনৰ বহিঃৰাজ্যত অসমৰ যুৱকৰ মৃত্যু। হায়দৰাবাদত মৃত্যু মাজুলীৰ যুৱকৰ। মৃত যুৱকজনৰ নাম ৰাকেশ বৰা। এটা বহুজাতিক কোম্পানীত ৪ বছৰে কৰ্মৰত আছিল ৰাকেশ। বিগত ৩ দিনৰ পৰা ৰাকেশৰ কোনো খবৰ পোৱা নাছিল পৰিয়ালে। কোনোৱে পৰিকল্পিতভাৱে ৰাকেশক হত্যা কৰাৰ সন্দেহ পৰিয়ালৰ লোকৰ।