ভাৰতে ফাইনেলত শ্ৰীলংকাক পৰাস্ত কৰি এছিয়ান গেমছৰ মহিলা ক্ৰিকেটত স্বৰ্ণপদক অৰ্জন কৰিছে। এছিয়ান গেমছৰ ক্ৰিকেট ইভেণ্টত প্ৰথমবাৰতে স্বৰ্ণপদক অৰ্জন কৰিলে ভাৰতীয় মহিলা ক্ৰিকেট দলে। ভাৰতৰ ১১৭ ৰানৰ লক্ষ্য অনুসৰণ কৰি গৈ শ্ৰীলংকাই ২০ অভাৰত ৮ উইকেটত ৯৭ ৰান সংগ্ৰহ কৰিবলৈ সক্ষম হয়। ভাৰতিৰ জয়ত বেগী বলাৰ তিতাছ সাধুৱে গুৰুত্বপূৰ্ণ ভূমিকা
Year: 2023
ৰাজমাহ খালে বহু ৰোগৰ সম্ভাৱনা হ্ৰাস পাব পাৰে। ডায়েবেটিছ ৰোগীৰ বাবে ৰাজমাহ অতি উপকাৰী বুলি কোৱা হয়। আপুনি আপোনাৰ খাদ্যত ৰাজমাহ বহু ধৰণে অন্তৰ্ভুক্ত কৰিব পাৰে। বহুতে ৰাজমাহ ভাতৰ সৈতে খাই ভাল পায়। স্বাস্থ্যৰ বাবেও ৰাজমাহ উপকাৰী বুলি বিবেচিত হৈছে। এইটো যথেষ্ট স্বাস্থ্যকৰ খাদ্য। ইয়াৰ প্ৰতিটো কণিকাতে পুষ্টিকৰ উপাদানৰ ভঁৰাল
দৰঙ জিলাৰ ছিপাঝাৰত সংঘটিত হৈছে বোৱাৰী নিৰ্যাতনৰ এক জঘন্য ঘটনা। স্বামী আৰু শহুৰ- শাহুৰ বিৰুদ্ধে মহিলাৰ গুপ্তাংগত ভোট-জলকীয়া আচাৰৰ তেল ধালি নিৰ্মমভাৱে অত্যাচাৰ কৰাৰ অভিযোগ উত্থাপিত হৈছে । যন্ত্ৰণাকাতৰ মহিলাগৰাকীয়ে পুখুৰীত তীব্ৰ যন্ত্ৰণাৰ পৰা উপশম পোৱাৰ চেষ্টা কৰে। দুই সন্তানৰ মাতৃ তথা মহিলাগৰাকীৰ মৰণকাতৰ চিঞৰত স্থানীয় ৰাইজে ঘটনাৰ উমান পাই
চৰ্চাত বলীউড অভিনেত্ৰী এমি জেকছন। ভাৰতীয় চিনেমাত অভিনয়ৰ বাবে সুপৰিচিত ব্ৰিটিছ মডেল তথা অভিনেত্ৰী এমি জেকছনে শেহতীয়াকৈ চেহেৰাৰ পৰিৱৰ্তনৰ বাবে চৰ্চাৰ তুংগত। শেহতীয়াকৈ চেহেৰাৰ পৰিৱৰ্তনৰ পিছত সামাজিক মাধ্যমত ভাইৰেল হৈ পৰা এমিৰ নতুন ৰূপ দেখি একাংশই এমিক আইৰিছ অভিনেতা চিলিয়ান মাৰ্ফীৰ দৰে সাইলাখ একেই দেখা হৈছে বুলি ছ’চিয়েল মিডিয়াত মন্তব্য
১৩ মে’ত নতুন দিল্লীৰ কাপুৰথালা হাউচত পৰিণীতি চোপ্ৰা আৰু ৰাঘৱ চাদ্দাৰ বাগদান সম্পন্ন হয়। তেওঁলোকে আজি অৰ্থাৎ ২৪ ছেপ্টেম্বৰত বিবাহপাশত আৱদ্ধ হ’বলৈ সাজু হৈছে। 02 তেওঁলোকৰ বিবাহ ৰাজস্থানৰ উদয়পুৰৰ বিলাসী লীলা প্ৰাসাদত অনুষ্ঠিত হ’ব। আশা কৰা হৈছে যে ৰাজনৈতিক আৰু বলীউডৰ বহুতো বিশিষ্ট ব্যক্তি ৰাঘৱ-পৰিণীতিৰ বিবাহ অনুষ্ঠানত উপস্থিত থাকিব। ছানিয়া