জীৱনৰ কষ্টোপাৰ্জিত ৫১ লাখ টকা নিজ ৰাজ্যৰ উন্নয়নৰ বাবে দান দি চৰ্চা লৈ আহিছে হিমাচল প্রদেশৰ মুখ্যমন্ত্রী সুখবিন্দৰ সিং সুখু। প্রাকৃতিক দুৰ্য্যোগে তচনচ কৰা হিমাচল প্ৰদেশৰ লোকসকলক পুনৰ সংস্থাপনৰ বাবে
Year: 2023
সেনা আৰু আৰক্ষীৰ দুই সহস্ৰাধিক বিষয়া-জোৱানে কেইবাদিনো ধৰি অব্যাহত ৰাখিছে সন্ত্ৰাসবাদীৰ বিৰুদ্ধে ব্যাপক অভিযান। এক বিস্তীৰ্ণ এলেকা ঘেৰাও কৰি ৰাখিছে নিৰাপত্তা বাহিনীয়ে। এই অভিযানত ব্যৱহাৰ কৰা হৈছে হেলিকপ্টাৰ, স্নিফাৰ ডগ
কেৰালাৰ কোঝিকোডত নিপা ভাইৰাছত আক্ৰান্তৰ সংখ্যা ৬ জনলৈ বৃদ্ধি পালে। এই ভাইৰাছত আক্ৰান্তৰ সংস্পৰ্শলৈ অহা ১০০৮ গৰাকী লোকক চিনাক্ত কৰা হৈছে। ইয়াৰে ৩২৭গৰাকী স্বাস্থকৰ্মীও অন্তৰ্ভুক্ত আছে। উল্লেখযোগ্য যে চলিত বৰ্ষত
আজি দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ জন্মদিন। প্ৰধানমন্ত্ৰীগৰাকীয়ে জীৱনৰ ৭৩টা বসন্ত অতিক্ৰম কৰি আজি ৭৪ত ভৰি দিলে। ১৯৫০ চনৰ ১৭ ছেপ্তেম্বৰত জন্মগ্ৰহণ কৰিছিল নৰেন্দ্ৰ মোডীয়ে। আজিৰ এই দিনটোত বিভিন্ন কাৰ্যসূচীৰে লগতে
আজি ৰাজ্যজুৰি “অমৃতবৃক্ষ” আন্দোলনৰ সামৰণি অনুষ্ঠান। ৰাজ্য চৰকাৰৰ প্ৰচেষ্টাত আৰম্ভ হোৱা এই কাৰ্যসূচীৰ সামৰণিস্বৰূপে দেওবাৰে ৰাজ্যৰ বিভিন্ন প্ৰান্তত ৰোপণ কৰা হ’ব ১ কোটি বাণিজ্যিকভাৱে উপযোগী গছপুলি। ৰাজ্যৰ প্ৰান্তে প্ৰান্তে এই