জম্মু কাশ্মীৰৰ অনন্তনাগত সন্ত্ৰাসবাদীৰ বিৰুদ্ধে ব্যাপক অভিযান

জম্মু কাশ্মীৰৰ অনন্তনাগত সন্ত্ৰাসবাদীৰ বিৰুদ্ধে ব্যাপক অভিযান

সেনা আৰু আৰক্ষীৰ দুই সহস্ৰাধিক বিষয়া-জোৱানে কেইবাদিনো ধৰি অব্যাহত ৰাখিছে সন্ত্ৰাসবাদীৰ বিৰুদ্ধে ব্যাপক অভিযান। এক বিস্তীৰ্ণ এলেকা ঘেৰাও কৰি ৰাখিছে নিৰাপত্তা বাহিনীয়ে। এই অভিযানত ব্যৱহাৰ কৰা হৈছে হেলিকপ্টাৰ, স্নিফাৰ ডগ আৰু ড্ৰোণ।
উগ্ৰপন্থীবিৰোধী এই অভিযানত ইতিমধ্যে সেনা আৰু আৰক্ষীৰ তিনিজনকৈ বিষয়া শ্বহীদ হৈছে। বৰ্তমানলৈকে উদ্ধাৰ হৈছে তিনিটাকৈ সন্ত্ৰাসবাদীৰ মৃতদেহ।

Shahnawaz Hamza

Related