Year: 2023

চেনি খালে ওজনেই নাবাঢ়ে, ক্ষতি হয় লিভাৰৰো

চেনি খালে ওজনেই নাবাঢ়ে, ক্ষতি হয় লিভাৰৰো

কেৱল মদ্যপান কৰিলেই লিভাৰৰ ক্ষতি হয়, এই ধাৰণা ভুল৷ লিভাৰ সুৰক্ষিত কৰি ৰাখিবলৈ মদ্যদান নকৰাই শ্ৰেয়, তদুপৰি খোৱাৰ ক্ষেত্ৰত কিছুমান খাদ্য বৰ্জন কৰিব লাগে৷ বহুক্ষেত্ৰত দেখা যায় নিজৰ কিছু ভুলৰ কাৰণে লিভাৰজনিত অসুখত ভুগিব লগা হয় বা লিভাৰ নষ্ট হয়৷ পুৱা টোপনিৰ পৰা উঠিয়েই অফিচলৈ বুলি দৌৰাদৌৰি কৰিব লগা হয়৷

পানীৰে ভৰি থকা বাল্টিত জুবুৰিয়াই প্ৰেমিকাক হত্যা, পত্নীৰে মিলি চুটকেচত ভৰাই ১৫০ কিলোমিটাৰ নিলগত মৃতদেহ পেলাই দিও সাৰি নগ’ল ঘাতক

পানীৰে ভৰি থকা বাল্টিত জুবুৰিয়াই প্ৰেমিকাক হত্যা, পত্নীৰে মিলি চুটকেচত ভৰাই ১৫০ কিলোমিটাৰ নিলগত মৃতদেহ পেলাই দিও সাৰি নগ’ল ঘাতক

মায়ানগৰীৰ ৰঙীন দুনীয়াৰ মেকআপ আৰ্টিষ্ট নেইনা মাহাতো সন্ধানহীন। মোবাইলৰ চুইচ অফ। ঘৰতো নাই, শ্বুটিং স্পটতো নাই নেইনা। নাইগাঁৱৰ এপাৰ্টমেণ্টত অকলে থকা নেইনাক বিচাৰি হাহাকাৰ লাগিছে পৰিয়ালৰ। উপাই নাপাই ভনীয়েকে এজাহাৰ দাখিল কৰিলে আৰক্ষীৰ ওচৰত। সেয়া ১৪ আগষ্টৰ ঘটনা। ১৪ আগষ্টত এজাহাৰ দাখিল কৰাৰ ঠিক এমাহ পাছত মহাৰাষ্ট্ৰৰ নাইগাঁৱৰ পৰা ১৫০