Year: 2023

মণিপুৰত পুনৰ গুলীচালনা, নিহত ৩ সাধাৰণ নাগৰিক

মণিপুৰত পুনৰ গুলীচালনা, নিহত ৩ সাধাৰণ নাগৰিক

মঙলবাৰে পুৱা মণিপুৰৰ কাংপোকপি জিলাত অচিনাক্ত লোকে প্ৰায় ৩ জন লোকক গুলীয়াই হত্যা কৰে । এগৰাকী বিষয়াই জনোৱা মতে কাংগুই অঞ্চলৰ ইৰেং আৰু কৰম বৈফেই গাঁৱৰ মাজৰ অঞ্চলটোত এই আক্ৰমণৰ ঘটনা সংঘটিত হয় ।বিষয়াগৰাকীয়ে কয় যে, গুলীচালনাৰ ঘটনাটো পুৱা সংঘটিত হয় আৰু দুৰ্বৃত্তৰ গুলীত ৩ সাধাৰণ নাগৰিক নিহত হয় ।

‘লাচিত’লৈ BEST ANIMATION বঁটা

‘লাচিত’লৈ BEST ANIMATION বঁটা

‘লাচিত’লৈ BEST ANIMATION বঁটা 🔷 চম্বল আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱত এই বঁটা লাভ কৰে লাচিত বৰফুকনৰ জীৱনৰ আধাৰত নিৰ্মিত চুটি ছবি ‘লাচিত, দ্যা ৱাৰিয়ৰ’এ। 🔷 আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত জিলিকিল পাৰ্থসাৰথি মহন্ত পৰিচালিত এই চুটি ছবিখন‌।

আমেৰিকা যুক্তৰাষ্ট্ৰৰ আগশাৰীৰ প্ৰকাশনে সন্মানিত কৰিলে এজন অসমীয়া যুৱকক

আমেৰিকা যুক্তৰাষ্ট্ৰৰ আগশাৰীৰ প্ৰকাশনে সন্মানিত কৰিলে এজন অসমীয়া যুৱকক

যুক্তৰাষ্ট্ৰখনৰ আগশাৰীৰ প্ৰকাশন “মানৱ সম্পদ কাৰ্যবাহী”(Human Resources Executive)য়ে প্ৰকাশ কৰা এই বৰ্ষৰ শীৰ্ষ ১০০জন গোলকীয় প্ৰযুক্তি বিষয়াৰ নাম তালিকাত সন্নিবিষ্ট হৈছে গুৱাহাটীৰ ভাস্কৰ ডেকাৰ নাম। গুগল, অৰেকল, ডিজনী, ফেচবুক, এছএপি আদিৰ দৰে গোলকীয় কোম্পানীৰ শীৰ্ষ প্ৰযুক্তি বিষয়াসকলৰ নামেৰে ভৰি থকা বাৰ্ষিক তালিকাখনত চিলিকন ভেলীস্থিত এক প্ৰতিষ্ঠানৰ প্ৰযুক্তি কাৰ্যবাহী ভাস্কৰ ডেকাৰ

৭৯টা মহকুমাক উপ-জিলাৰ মৰ্যাদা, বজালী জিলাৰ আনুষ্ঠানিকতাক লৈ অনিশ্চয়তা

৭৯টা মহকুমাক উপ-জিলাৰ মৰ্যাদা, বজালী জিলাৰ আনুষ্ঠানিকতাক লৈ অনিশ্চয়তা

▶️ ৰাজ্যপালৰ নিৰ্দেশনা পত্ৰ জাৰি ▶️ উপ-জিলা ঘোষণা বজালীকো ▶️ বজালীক পুনৰ জিলাৰ মৰ্যাদা দিয়াৰ ঘোষণা হৈছিল ▶️ বজালী জিলাৰ আনুষ্ঠানিকতাক লৈ অনিশ্চয়তা ▶️ৰাজ্যপালৰ নিৰ্দেশনা পত্ৰত বজালী বৰপেটাৰ উপ-জিলা

কপালত লিখা আছে কৰিশ্মা নাথৰ জনপ্ৰিয়তা

কপালত লিখা আছে কৰিশ্মা নাথৰ জনপ্ৰিয়তা

‘কপালত লিখা আছে কৰিশ্মা নাথৰ জনপ্ৰিয়তা, পাঠিকা এগৰাকীৰ গাত থাকিব লগা গুণসমূহ নাই’ : কৈলাশ তালুকদাৰ কপালত লিখা আছে কৰিশ্মা নাথৰ জনপ্ৰিয়তা। হাজোত এই মন্তব্য কৰিলে নাগাৰা নামৰ বিখ্যাত পাঠক কৈলাশ তালুকদাৰে। কৈলাশ তালুকদাৰে কয়, ‘‘কৰিশ্মা নাথ সৰু ছোৱালী, কৰিশ্মা কম দিনৰ ভিতৰতেই জনপ্ৰিয় হৈছে। নাগাৰা নামৰ বিষয়ে কৰিশ্মা নাথে