এইবাৰ হত্যাৰ বলি হ’ল উচ্চতম ন্যায়ালয়ৰ মহিলা অধিবক্তা। তাকো নিজৰ স্বামীৰ হাততে প্ৰাণ হেৰুৱালে অধিবক্তা পত্নীয়ে। কোটিটকীয়া এটা বাংলো বিক্ৰীক লৈ হোৱা বিবাদৰ বাবেই উচ্চতম ন্যায়ালয়ৰ এগৰাকী মহিলা অধিবক্তাক হত্যা কৰা হৈছে বুলি অভিযোগ উঠিছে। স্বামীৰ বিৰুদ্ধে তেওঁৰ পত্নীক হত্যা কৰাৰ অভিযোগ উঠিছে। অভিযুক্তজনে তেওঁৰ পত্নীৰ মৃতদেহ নয়ডাৰ বাংলোৰ শৌচালয়ত লুকুৱাই
Year: 2023
🔴 ৰহস্য ফাদিল। দুৰ্ঘটনা নহয়, হত্যা কৰা হৈছিল মেহেকক। 🔴 নিশাৰ পৰা পুৱতি নিশালৈ ক’ত আছিল হত্যাকাৰী আজিজ? আজিজ আহমেদ আৰু মেহেকে ক’ত পাৰ্টী কৰিছিল?
মহানগৰীৰ জালুকবাৰীত চাঞ্চল্যকৰ ঘটনা। কাটিয়া দলঙৰ ৰে’ল লাইনৰ সমীপত উদ্ধাৰ মৃতদেহ। মৃত লোকজন লালচান্দ আলী বুলি জানিব পৰা গৈছে। লালচান্দ আলী পেচাত আছিল এজন ফেৰীৱালা। মৃত লোকজনৰ ঘৰ ধুবুৰীত, কৰ্মসূত্ৰে থাকে জালুকবাৰীত।
পুৰুষেই হওক বা মহিলা, আয়ৰন সকলোৰে বাবে গুৰুত্বপূর্ণ। সু-স্বাস্থ্য বৰ্তাই ৰাখিবলৈ আয়ৰনৰ মাত্ৰা সঠিক ৰাখিব লাগিব। আয়ৰনৰ মাত্ৰা কমিলেই স্বাস্থ্যৰ সমস্যা আৰম্ভ হ’বলৈ ধৰে। সেয়ে আয়নৰ মাত্ৰা সঠিক ৰাখিবলৈ এইবোৰ খাদ্য খাব পাৰে— পালেং শাক : প্ৰ’টিন ভিটামিন-এ, ভিটামিন-চি আৰু এন্টিঅক্সিডেন্ট উপাদানযুক্ত পালেং শাকত প্ৰচুৰ পৰিমাণে আয়ৰন থাকে। এশ গ্রাম
বাল্য বিবাহঃ অহা ১০ দিনৰ ভিতৰত ৩,০০০ অভিযুক্তক গ্ৰেপ্তাৰ কৰা হ’ব- মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা
অসমত বাল্য বিবাহৰ বিৰুদ্ধে ৰাজ্য চৰকাৰে ধাৰাবাহিকভাৱে ব্যৱস্থা গ্ৰহণ কৰি আহিছে। অসমৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই পুনৰ বাল্য বিবাহ কৰা লোকসকলক সকীয়াইছে। মুখ্যমন্ত্ৰী শৰ্মাই দেওবাৰে কয় যে আগন্তুক ১০ দিনৰ ভিতৰত ৰাজ্যত বাল্যবিবাহৰ লগত জড়িত ৩০০০ লোকক গ্ৰেপ্তাৰ কৰা হ’ব। বিজেপি মহিলা মৰ্চাৰ দুদিনীয়া ৰাষ্ট্ৰীয় কাৰ্যনিৰ্বাহক সভাৰ সামৰণি অনুষ্ঠানত