সহজ ধন ঘটাৰ হাবিয়াসত একাংশ লোকে প্ৰৱঞ্চনাৰ জাল পেলাই লুটি আহিছে বহু যুৱক-পুৰষক। তেনে এক কাহিনীৰে পুনৰাবৃত্তি হ’ল মহানগৰীত। প্ৰায়ে বাতৰিৰ শিৰোনাম দখল কৰা এই প্রৱঞ্চনাৰ জালত এইবাৰ ভৰি দিলে এজন যুৱকে। তাৰপাছত কাষ চাপিল আৰক্ষীৰ। ছচিয়েল মিডিয়াত এই ভুক্তভোগী যুৱকজনে এই সমগ্ৰ বিষয়টোৰ ওপৰত লিখিলে এইদৰে- “মই কিছুদিন পূৰ্বে
Year: 2023
আজিৰে পৰা দুদিনীয়াকৈ বিৰোধী I.N.D.I.A.ৰ বৈঠক। মুম্বাইৰ গ্ৰেণ্ড হায়াটত সমবেত হ’ব বিৰোধী ৰথী-মহাৰথী। আজিৰ বৈঠকতে মুকলি কৰা হ’ব I.N.D.I.A.ৰ প্ৰতীক চিহ্ন। গ্ৰেণ্ড হায়াটত প্ৰধানমন্ত্ৰী প্ৰাৰ্থী সন্দৰ্ভত হ’ব আলোচনা। ঘোষণা কৰিব বিৰোধী I.N.D.I.A.ৰ আহ্বায়কৰ নাম। বৈঠকত ’২৪ৰ লোকসভা নিৰ্বাচনৰ বাবে প্ৰকাশ কৰিব ইস্তাহাৰ । আসনৰ ভাগ-বটোৱাৰা-উমৈহতীয়া প্ৰাৰ্থীৰ ওপৰতো হ’ব আলোচনা। মিত্ৰজোঁটৰ
মাণিকপুৰৰ ৩১নং ৰাষ্ট্ৰীয় ঘাইপথত দুৰ্ঘটনা। এখন কণ্টেইনাৰ আৰু দুখন ট্ৰাকৰ মুখামুখি সংঘৰ্ষ। দুৰ্ঘটনাত নিহত কন্টেইনাৰৰ চালক। গুৰুতৰভাৱে আহত ট্ৰাক চালক, হেণ্ডিমেনসহ তিনিজন। আহতসকলক বঙাইগাঁও অসামৰিক চিকিৎসালয়ত ভৰ্তি।
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ৭৩ সংখ্যক জন্মদিন উপলক্ষে সমগ্ৰ দেশতে ভাৰতীয় জনতা পাৰ্টিয়ে আয়োজন কৰিব ‘সেৱা পখোৱাৰা’ অৰ্থাৎ সেৱা পষেক। ১৭ ছেপ্টেম্বৰৰ প্ৰধানমন্ত্ৰীৰ জন্মদিনৰ পৰা ২ অক্টোবৰত গান্ধী জয়ন্তী পৰ্যন্ত ‘সেৱা হী সংগঠন’ কাৰ্যসূচীৰ অংশ হিচাপে বিজেপিয়ে ১৬ দিনীয়া ‘সেৱা হী সংগঠন’ কাৰ্যসূচী হাতত লৈছে বুলি বিজেপিৰ এক গুৰুত্বপূৰ্ণ সূত্ৰই ANI
ভাৰতীয় মহাকাশ গৱেষণা সংস্থাই মহাকাশ যানখনৰ উৎক্ষেপণৰ সময় নিশ্চিত কৰি সংবাদ মাধ্যমক ইতিমধ্যে জানিবলৈ দিছে। অন্ধ্ৰপ্ৰদেশৰ শ্ৰীহৰিকোটাৰ পৰা PSLV-C57 ৰকেটে মহাকাশলৈ পঠিয়াব ADITYA L1। ADITYA L1য়ে সূৰ্য অভিমুখে গতি কৰিব ১২৭টা দিন ধৰি। সূৰ্যৰ বিভিন্ন দিশ, চৰিত্ৰ, বতৰ সন্দৰ্ভত নিৰীক্ষণ কৰিব এই মহাকাশযানে। পৃথিৱীৰ পৰা ১৫ লাখ কিঃমিঃ দূৰত LAGRANGE