ইতিমধ্যে ভাৰতৰ চন্দ্ৰস্পৰ্শ কৰাৰ সপোন বাস্তৱায়িত হৈছে। অৱশ্যে ইছৰোৰ বিজ্ঞানীসকলে ইয়াতেই থমকি ৰ’ব নিবিচাৰে। এতিয়া বিজ্ঞানীসকলৰৰ লক্ষ্য মিছন গগনযান। এই ক্ষেত্ৰত পৰিকল্পনা আৰম্ভ হৈছে। মহাকাশচাৰীসকলৰ নিৰাপদ পুনৰুদ্ধাৰৰ ক্ষেত্ৰত পৰামৰ্শ দিবলৈ কামাণ্ডাৰ অভিলাষ টমীক নিযুক্তি দিয়া হৈছে। ২০২৩ চনৰ ২৩ আগষ্ট ভাৰতীয় মহাকাশ গৱেষণাৰ ইতিহাসত এক সপোনৰ দিন।কাৰণ উক্ত দিনটোতেই চন্দ্ৰযান-৩
Year: 2023
দিল্লীত ঘটিছে এক অঘটন। দিল্লীৰ অমৰোহাৰ বাসিন্দা শ্বাহ আলম নামৰ দৰ্জীজনে নিজৰ গাড়ীখনৰ সৈতে গংগা নদীত জপিয়াই দিয়ে। গাড়ীখনত শ্বাহ আলমৰ লগতে আছিল তেওঁৰ নৱবিবাহিত পত্নী নাজিয়া। তথ্য পোৱাৰ লগে লগে আমৰোহা আৰক্ষীয়ে সেই স্থানত উপস্থিত হয়। ১২ ঘন্টাৰ অন্তত নদীত উদ্ধাৰ হয় শ্বাহ আলমৰ মৃতদেহ। একে সময়তে নাজিয়াৰ সন্ধান
নিউজ ব্যুৰ’,নগাঁও,২৮আগষ্ট:–নগাঁও তথা অসমৰ অন্যতম সাংস্কৃতিক অনুষ্ঠান “কল্লোল সাংস্কৃতিক গোষ্ঠী”ৰ সোণালী জয়ন্তী বৰ্ষৰ লগত সংগতি ৰাখি প্ৰকাশ কৰি উলিওৱা স্মৃতিগ্ৰন্থ “কল্লোল” ৰবিবাৰে উন্মোচন কৰা হয় । এই উপলক্ষে নগাঁও চহৰৰ কল্লোল ভৱনত আয়োজিত এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত স্মৃতিগ্ৰন্থখন উন্মোচন কৰে বিশিষ্ট চিন্তাবিদ,সমালোচক,অধ্যাপক ৰঞ্জিত কুমাৰ দেৱ গোস্বামীয়ে। উন্মোচনী ভাষণত গোস্বামীয়ে মূলতঃ নগাঁৱৰ
নিউজ ব্যুৰ’,নগাঁও,২৮আগষ্ট:–মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ লীলাভূমি বটদ্ৰৱাৰ নৰোৱা সত্ৰৰ সত্ৰাধিকাৰ দেৱানন্দ দেৱ গোস্বামী ৰবিবাৰৰ পৰা গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হস্পিতালত চিকিৎসাধীন হৈ আছে । সত্ৰাধিকাৰৰ উপৰি একেধাৰে গায়ন বায়ন,ভাওনাৰ সুদক্ষ অভিনেতা,সুবক্তা,নিপুন শিল্পীগৰাকী বিগত কেইমাহ মানৰ পৰা পিত্তথলী (গ’ল ব্লাডাৰ ষ্ট’ন)ৰ ৰোগত আক্ৰান্ত হৈ আছে । তাৰ মাজতে যোৱা সপ্তাহৰ পৰা তেখেত ৰক্তহীনতাতটো
নিউজ ব্যুৰ’,নগাঁও,২৮ আগষ্ট:- ১৯৪২ৰ স্বাধীনতা আন্দোলনৰ সময়ত ২৮ আগষ্টত ব্ৰিটিছৰ চিপাহীৰ গুলীত প্ৰাণ বলিদান দিয়া শ্বহীদ তিলক ডেকাক শ্বহীদ গৰাকীৰ জন্মস্থান চৰাইবাহীত সোমবাৰে দিনযোৰা কাৰ্যসূচীৰে চৰাইবাহীবাসীয়ে স্মৃতিচাৰণ কৰে । চৰাইবাহী আঞ্চলিক স্মৃতি দিৱস উদযাপন সমিতি,চৰাইবাহী শাখা সাহিত্য সভা আৰু লুইত নাট্য গোষ্ঠীৰ যুটীয়া উদ্যোগত চৰাইবাহীত উদযাপিত দিৱসৰ কাৰ্যসূচী অনুসৰি পুৱা