বৰঝাৰস্থিত আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই সমগ্ৰ অসমতে বতৰৰ আগজাননী সতর্কতা জাৰি কৰিছে। বৃহস্পতিবাৰে সন্ধিয়া বৰঝাৰস্থিত আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই প্ৰকাশ কৰা তথ্য মতে অহা ২৮ আগষ্টলৈ অসমৰ প্ৰায়বোৰ ঠাইতে পাতলীয়াৰ পৰা মজলীয়া বৰষুণ হোৱাৰ লগতে দুই এঠাইত প্ৰৱল বৰষুণৰ সম্ভাৱনা আছে ।
Year: 2023
লখিমপুৰৰ চয়ন দত্ত নামৰূপৰ বিদ্যুৎ বিকাশ গগৈ তিনিচুকীয়াৰ নিধি শৰ্মা নগাঁৱৰ নাজনিন ইয়াছমিন শিলচৰৰ য়েন্দ্ৰেম্বম বিশাল সিংহ জামুগুৰিহাটৰ উদ্দীপনা কলিতা, পংকজ নাথ হাইলাকান্দিৰ ড° বাহাৰুল ইছলাম
ইন্দ্ৰাণী আত্মহত্যাৰ তদন্ত, শীঘ্ৰে জালত পৰিব বহু চাকৰিপ্ৰত্যাশী…প্ৰতিজন প্ৰাৰ্থীৰ পৰা লৈছিল ৩ লাখকৈ টকা অভিযুক্তৰ বাসগৃহত উদ্ধাৰ দ’মে দ’মে এডমিট কাৰ্ড উদ্ধাৰ হোৱা এডমিট কাৰ্ডৰ সংখ্যা অতিক্ৰম ১৫০ৰ ঘৰ অসীম চক্ৰৱৰ্তীৰ নলবাৰীৰ বাসগৃহত উদ্ধাৰ ৫০খন এডমিট পলাতক অভিমন্যুৰ বাসগৃহতো উদ্ধাৰ অৰ্ধশতাধিক এডমিট উদ্ধাৰ হোৱা এডমিট কাৰ্ডকেইখন স্বাস্থ্য আৰু PNRD বিভাগৰ
অভয়াপুৰীত চাঞ্চল্যকৰ ঘটনা। ধৰ্ষণৰ চেষ্টা চলোৱা পুৰুষৰ গুপ্তাংগ কাটিলে মহিলাই। লিংগছেদ কৰি জমা দিলে আৰক্ষীক।অভয়াপুৰীৰ আমবাৰীত বৃহস্পতিবাৰে সংঘটিত হয় এই ঘটনা। মহিলাগৰাকীৰ আক্ৰমণত আহত মইন উদ্দিন নামৰ লোকজন সংকটজনক অৱস্থাত বঙাইগাঁৱৰ এখন বক্তিগত খণ্ডৰ চিকিৎসালয়ত চিকিৎসাধীন। আনহাতে, আহত লোকজনৰ পত্নীয়ে ভূমি সংক্ৰান্ত বিবাদৰ বাবে এই ঘটনা সংঘটিত হোৱা বুলি অভিযোগ
নিউজ ব্যুৰ’,নগাঁও,২৪ আগষ্ট:– অসম সাহিত্য সভাৰ আগন্তুক একাদশ বিশেষ বাৰ্ষিক অধিৱেশন–২০২৪খনি অহা ১ ফ্ৰেব্ৰুৱাৰীৰ পৰা ৩ ফ্ৰেব্ৰুৱাৰীলৈ তিনিদিনীয়া বৰ্ণিল কাৰ্যসূচীৰে নগাঁও-মৰিগাঁও জিলাৰ সীমান্তৱৰ্তী বাৰপূজীয়াত অনুষ্ঠিত হ’ব । বাৰপূজীয়া শতদল শাখা সাহিত্য সভাৰ আমন্ত্ৰণমৰ্মে অনুষ্ঠিতব্য অধিৱেশনখনি সাফল্য মণ্ডিত কৰিবলৈ আদৰণি সমিতিয়ে ব্যাপক প্ৰস্তুতি চলাই থকাৰ মাজতে বৃহস্পতিবাৰে অধিৱেশনখনিৰ সন্দৰ্ভত আদৰণি সমিতিৰ