Year: 2023

জানি থওক! ধ্বংসৰ কাৰণ হৈ পৰে সূৰ্যাস্তৰ (Sunset) পিছত কৰা এইবোৰ কাম

জানি থওক! ধ্বংসৰ কাৰণ হৈ পৰে সূৰ্যাস্তৰ (Sunset) পিছত কৰা এইবোৰ কাম

হিন্দু ধৰ্মত মা লক্ষ্মীৰ কৃপা বজাই ৰাখিবলৈ নিয়মীয়াকৈ কিছুমান নিয়ম কোৱা হৈছে। যদি এই নিয়মবোৰ অনুসৰণ কৰা নহয়, তেন্তে মা লক্ষ্মী অসন্তুষ্ট হৈ ঘৰৰ পৰা ওলাই যায়। বাস্তু শাস্ত্ৰতো এনে কিছুমান বিষয়ৰ ওপৰত কোৱা হৈছে, যি মা লক্ষ্মীক অসন্তুষ্ট কৰিব পাৰে। একেদৰে সূৰ্যাস্তৰ পিছতো কিছুমান কাম কৰাটো নিষিদ্ধ। ঘৰৰ জ্যেষ্ঠসকলে

প্লাষ্টিকৰ বটলত (Plastic Bottles) পানী খায় নেকি? যদি খায় তেন্তে সাৱধান

প্লাষ্টিকৰ বটলত (Plastic Bottles) পানী খায় নেকি? যদি খায় তেন্তে সাৱধান

‘পানীয়েই প্ৰাণীৰ প্ৰাণ’ এই কথাষাৰী আমি সকলোৱে জানো কিন্তু জানেনে এই পানীয়ে আপোনাৰ বাবে কেতিয়াবা আপোনাৰ মাৰত্মক ৰোগৰ কাৰণ হ’ব পাৰে। এই কথাটো সঁচা যে সুস্থ হৈ থাকিবলৈ পৰ্যাপ্ত পৰিমাণৰ পানী খোৱাটো অতি প্ৰয়োজনীয়। কিন্তু আপুনি এই কথাটো জানিব লাগে যে পানী কেনেদৰে ব্যৱহাৰ কৰি আছে। কিছুমান লোকে প্লাষ্টিকৰ বটলত

লখিমপুৰত পুনৰ বানৰ আশংকা।

লখিমপুৰত পুনৰ বানৰ আশংকা।

ৰঙানদী জলবিদ্যুৎ‍ প্রকল্পটোৰ পৰা অতিৰিক্ত পানী এৰি দিবলৈ ৰঙানদী জলবিদ্যুৎ‍ প্রকল্পৰ গেট মুকলি কৰা হৈছে। প্রতি ছেকেণ্ডত ১৬১ ঘন মিটাৰ পানী অতিৰিক্তভাৱে এৰি দিয়া হ’ব ৰঙানদীত। ইতিমধ্যেই ৰঙানদীৰ জলপৃষ্ঠ প্ৰায় ৯৪ মিটাৰলৈ বৃদ্ধি পাইছে। আৰু ১ মিটাৰ পানী বৃদ্ধি পালেই অতিক্রম কৰিব বিপদসীমা। ইয়াৰ পাছতেই লখিমপুৰবাসীলৈ সাৱধানবাণী জাৰি কৰা হৈছে।

কেৰালাত নাগালেণ্ডৰ মহিলাক ‘যৌন নিৰ্যাতন’

কেৰালাত নাগালেণ্ডৰ মহিলাক ‘যৌন নিৰ্যাতন’

উত্তৰ-পূব ৰাজ্য নাগালেণ্ডৰ পৰা যোৱা এগৰাকী মহিলাক কেৰালাত মটৰ চাইকেল চলোৱা এজন দুৰ্বৃত্তই যৌন নিৰ্যাতন চলোৱাৰ অভিযোগ উত্থাপন হৈছে। কেৰালাৰ ৰাজধানী তিৰুৱনন্তপুৰমৰ থুম্বা অঞ্চলত দেওবাৰে (২০ আগষ্ট) নিশা সংঘটিত হোৱাৰ অভিযোগ উত্থাপন হৈছে। ঘটনা সন্দৰ্ভত তথ্য লাভ কৰি কেৰালা আৰক্ষীয়ে তদন্ত আৰম্ভ কৰে। নাগালেণ্ডৰ মহিলাগৰাকীক যৌন নিৰ্যাতন চলোৱাৰ অভিযোগত এজন

কাগজৰ কাপত চাহ খালে হ’ব পাৰে গুৰুতৰ শাৰীৰিক সমস্যা

কাগজৰ কাপত চাহ খালে হ’ব পাৰে গুৰুতৰ শাৰীৰিক সমস্যা

কৰ’নাৰ পৰৱতী সময়ত বেছিভাগ লোকৰ মাজত কাগজৰ কাপত চাহ খোৱাৰ প্ৰৱণতা বৃদ্ধি পাইছে৷ তদুপৰি শেহতীয়াকৈ চৰকাৰে এবাৰ ব্যৱহৃত প্লাষ্টিকৰ ব্যৱহাৰ নিষিদ্ধ কৰাৰ পাছত কাগজৰ কাপৰ চাহিদা বৃদ্ধি পোৱা পৰিলক্ষিত হৈছে৷ প্লাষ্টিকতকৈ কাগজৰ কাপৰ ব্যৱহাৰ অধিক সুৰক্ষিত বুলি ধাৰণা কৰিলেও বিশেষজ্ঞসকলে এইক্ষেত্ৰত কিন্তু বিপৰীত ভাষ্য আগবঢ়াইছে৷ খড়গপুৰ আই আই টিয়ে চলোৱা