Year: 2023

কেঁচা জলকীয়াই বহু জটিল ৰোগত ঔষধৰ কাম কৰে

কেঁচা জলকীয়াই বহু জটিল ৰোগত ঔষধৰ কাম কৰে

কেঁচা জলকীয়াই খাদ্যৰ সোৱাদৰ লগতে সুগন্ধি বঢ়ায়৷ চিকিৎসকসকলৰ মতে অকল সোৱাদ বৃদ্ধিয়েই নহয়, কেঁচা জলকীয়াত থাকে বহু উপকাৰী গুণ৷ পিছে অত্যধিক জ্বলায়ো খাদ্যনলীৰ ক্ষতি কৰে৷ কেঁচা জলকীয়াত ভিটামিন-চি থাকে৷ তদুপৰি থাকে ভিটামিন বি-৬, ভিটামিন-এ, আইৰণ, কপাৰ, পটাছিয়াম আৰু সামান্য পৰিমাণৰ প্ৰ’টিন তথা কাৰ্বোহাইড্ৰেটৰ লগতে কেৰ’টিন-বি, কেৰ’টিন-এ আৰু লিউটেইন আদিৰ দৰে

আপুনি দৈনিক কল খায় নেকি ? কলৰো আছে অপকাৰী গুণ !

আপুনি দৈনিক কল খায় নেকি ? কলৰো আছে অপকাৰী গুণ !

শৰীৰৰ উপকাৰৰ কাৰণে আমি প্ৰায় লোকেই দৈনিক কল খাওঁ । বহু পুষ্টিগুণেৰে সমৃদ্ধ কল খাবলৈ চিকিৎসকে আমাক উপদেশ দিয়ে । বিশেষকৈ নিয়মিত ব্যায়াম কৰা লোকে দৈনিক খাদ্য তালিকাত কল সংযোগ কৰা দেখা যায় । মিনাৰেল, ভিটামিন, ফাইবাৰ,পটাচিয়াম সমৃদ্ধ কল অত্যন্ত স্বাস্থ্যকৰ হোৱাৰ লগতে ই হৃদযন্ত্ৰ সুস্থ কৰি ৰাখে । কল

মদ্যপান মানেই লিভাৰৰ ক্ষতি ! আৰু কি কি অভ্যাসে লিভাৰৰ ক্ষতি কৰে ?

মদ্যপান মানেই লিভাৰৰ ক্ষতি ! আৰু কি কি অভ্যাসে লিভাৰৰ ক্ষতি কৰে ?

বৰ্তমান সময়ত বিশ্বজুৰি লিভাৰৰ ৰোগ বৃদ্ধি পাইছে । বেছিভাগ লোকৰে নিজৰ বদ অভ্যাসে লিভাৰৰ বেছি ক্ষতি কৰে । বিশেষকৈ শিশুৰ ক্ষেত্ৰত যদি পিতৃ-মাতৃয়ে সচেতনতা অৱলম্বন নকৰে ,তেন্তে শিশুৰ ক্ষেত্ৰতো এই ৰোগ হ’ব পাৰে । বহুতৰ মতে বেছি তেল-মছলা খাদ্য গ্ৰহণ নকৰা , মদ নাখালে বা বাহিৰৰ খাদ্য গ্ৰহণ নকৰিলে লিভাৰৰ

ছাইনাছাইটিছ হ’লে এইখিনি কৰক

ছাইনাছাইটিছ হ’লে এইখিনি কৰক

ছাইনাছাইটিছত আক্ৰান্ত হ’লে সাধাৰণতে মূৰ-মুখমণ্ডলত বিষ অনুভৱ হয়৷ কেতিয়াবা নাকৰ পৰা ডাঠ স্ৰাৱ ওলায়৷ কেতিয়াবা ইয়াৰ ফলত জ্বৰত আক্ৰান্ত হ’ব পাৰে৷ ছাইনাছাইটিছত আক্ৰান্ত হ’লে দুৰ্বল অনুভৱ হোৱাৰ উপৰি মূৰ ঘূৰণি, দাঁত-নাক-চকু আদিৰ বিষ অনুভৱ হয়৷ ছাইনাছাইটিছ হ’লে ল’বলগা সাৱধানতা ⬛ সদায় বীজাণুৰ সংক্ৰমণ ৰোধৰ কাৰণে তৎপৰ হ’ব লাগে৷ ইয়াৰ বাবে

গহপুৰৰ চাৰেঙীয়াৰ বোৱাৰী নিৰুদ্দেশ ঘটনাৰ নাটকীয় মূৰ…

গহপুৰৰ চাৰেঙীয়াৰ বোৱাৰী নিৰুদ্দেশ ঘটনাৰ নাটকীয় মূৰ…

গহপুৰ মহকুমাৰ ঘাঁহিগাঁও আৰক্ষী চকীৰ অন্তৰ্গত বৰঙাবাৰী চাৰেঙীয়াৰ ৰশ্মিতা ছেত্ৰী ভূঞা(৩১) নামৰ বোৱাৰী গৰাকীৰ নিৰুদিষ্ট হোৱা ঘটনাটোৱে এতিয়া লৈছে এক নাটকীয় মোৰ। উল্লেখযোগ্য যে, বৰঙাবাৰীৰ চাৰেঙীয়া নিবাসী অভিজিৎ ভূঞা(৩৯) আৰু হেলেম আৰক্ষী থানাৰ অন্তৰ্গত গমিৰিৰ ৰশ্মিতা ছেত্ৰীৰ মাজত থকা প্ৰেমৰ ফলশ্ৰুতিত দুয়ো ২০১৫ চনৰ ২১ চেপ্তম্বৰত গোপনে বিবাহ পাশত আবদ্ধ